--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰে অন্ধ্ৰ প্ৰদেশে ৰঞ্জী ট্ৰফীৰ পৰা আঁতৰি যায়। ইয়াৰ পিছতে হনুমা বিহাৰীয়ে ৰাজ্যিক ক্ৰিকেট সন্থাৰ হৈ অভিযোগ কৰি দলৰ হৈ নেখেলাৰ সিদ্ধান্ত লয়। তেওঁ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰিছে। ৰাজনীতিয়ে তেওঁক অধিনায়কৰ পদৰ পৰা অপসাৰণ কৰা বুলি ইংগিত দিছে।

মেচখনৰ পাছতে বিহাৰীয়ে এটা দীঘলীয়া পোষ্ট কৰে। তাত তেওঁ লিখিছে, ‘আমাৰ সংগঠনে বিশ্বাস কৰি যে ক্ৰিকেটাৰসকলক যি কোৱা হয় সেই কথা অনুসৰণ কৰিব। তেওঁলোকৰ বাবেহে ক্ৰিকেটাৰ আছে। সেয়ে মই সিদ্ধান্ত ললো যে আৰু অন্ধ্ৰৰ হৈ খেলিব নোৱাৰিম। মোৰ আত্মসন্মান হেৰুৱাই পেলাইছো। দলটোক ভাল পাওঁ। কিন্তু সংগঠনটোৱে নিবিচাৰে যে আমি আগবাঢ়ি যাওঁ।"

ভাৰতৰ হৈ ১৬খন টেষ্ট খেলিছে বিহাৰীয়ে। এইবাৰ অন্ধ্ৰৰ অধিনায়ক হৈছিল। কিন্তু বংগৰ বিৰুদ্ধে প্ৰথমখন খেলৰ পিছত পদত্যাগ কৰে। ছিজনৰ বাকী সময়ছোৱাত ৰিকি ৱুইয়ে নেতৃত্ব দিছিল। ইয়াৰ পিছতে বিহাৰীয়ে ব্যক্তিগত কাৰণত নেতৃত্বৰ পৰা পদত্যাগ কৰা বুলি কয়। এতিয়া তেওঁ ক’লে যে ৰাজ্যিক সংগঠনৰ হেঁচাত তেওঁ আঁতৰিব কৰিবলগীয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক