--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গদাৰ ২ য়ে বক্স অফিচত খলকনি তোলাৰ সময়তে ছানী দেওল সন্মুখীন হ’ল এক অনাহূত পৰিস্থিতিৰ। ছানী দেওলে তেওঁৰ শেহতীয়া ছবি খনৰ প্ৰচাৰৰ সময়তে  এগৰাকী মহিলাই হঠাতে তেওঁৰ কাষ চাপিবলৈ চেষ্টা কৰাৰ ঘটনাত অভিনেতাগৰাকী হতভম্ব হৈ পৰে।  মহিলাগৰাকীৰ এনে কাণ্ডত ছানী বিৰক্ত হোৱা দেখা গৈছিল। অভিনেতাজনক সোমবাৰে পাপাৰাজ্জিয়েও পিছ লৈছিল। 

ছানি দেওলে এতিয়া আনন্দেৰে সময় পাৰ কৰিছে। কিয়নো তেওঁৰ ছবি গদাৰ ২ য়ে বক্স অফিচত ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ছবিখনে  আৰম্ভণিতে ১৩৩ কোটি টকা সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছে।  বক্স অফিচৰ  খবৰ পোৱাৰ পিছতে ছানীয়ে তেওঁৰ প্ৰথম ৰাজহুৱা দৰ্শন দিছিল। 


কোনো লোকে  শ্বেয়াৰ কৰা এটা ভিডিঅ'ত ছানী দেওলক বাহিৰলৈ ওলাই যোৱা দেখা গৈছে।  তেতিয়াই অনুৰাগীৰ এটা দল তেওঁৰ ওচৰলৈ আহিছিল। দলটোত  দুগৰাকী  মহিলাও আছিল।  ছানিয়ে এজন পুৰুষৰ সৈতে চেলফি উঠাৰ  বাবে পোজ দিছিল, তেওঁ কিন্তু মহিলাসকলৰ পৰা দূৰত্ব বজাই ৰাখিছিল। তেতিয়াই  এগৰাকী মহিলাই ছানী হেঁচা মাৰি ধৰাৰ ভংগীত আগুৱাই আহিছিল।  এই কথাত বিৰক্ত হৈ পৰিছিল ছানী। তেওঁ কৌশলেৰে মহিলাগৰাকীৰ পৰা আঁতৰি গৈছিল। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক