--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : প্ৰেমৰ উন্মদনাই দহিহে প্ৰেমিক যুগলক৷ বলীউডত এতিয়া চৰ্চা দুয়োৰে প্ৰম গাথা৷ কেতিয়াবা যদি সাৱটিছে ইজনে-সিজনক কেতিয়াবা আকৌ কান্ধত মূৰ গুজিছে৷ মাথোন প্ৰেমে দুয়োকে বান্ধিছে এহাল প্ৰেমিকক৷ আমি ক’বলৈ বিচাৰিছো বি-টাউনৰ আটাইতকৈ আকৰ্ষণীয় প্ৰেমিক যুগল, বিকি কৌশল আৰু কেটৰিনা কাইফৰ কথা৷ বিবাহৰ পাছৰে পৰা ইজনবে-সিজনৰ লগত নিবিড় সময় অতিবাহিত কৰা দেখা গৈছে । তেওঁলোকে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ফটোৱে আপ্লুট কৰে অনুৰাগীক। বিবাহপাশত আবদ্ধ হোৱা তিনিমাহ সময় অতিক্ৰম কৰিলে বিকি কৌশল আৰু কেটৰিনা কাইফে৷ ইফালে, ব্যক্তিগতভাৱেও, দুয়োগৰাকী তাৰকাই তেওঁলোকৰ সামাজিক মাধ্যমত কৰা পোষ্টৰ জৰিয়তে তেওঁলোকৰ অনুৰাগীসকলক মনোৰঞ্জন দি আহিছে৷ কেটৰিনাই অলপতে চিজলিং হট চুইমৱেৰে আৰু বিকি কৌশলে চাৰ্টলেছ হৈ ফটো শ্বেয়াৰ কৰিছে৷         বুধবাৰে, কেটৰিনাই তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত বিকিৰ সৈতে পুৱাৰ ছেলফী শ্বেয়াৰ কৰিছিল। ছেলফীবোৰত, কেটৰিনাক বিকিৰ কান্ধত শুই থকা দেখা যায়। দুয়োকে ষ্টাইলিছ ছানগ্লাছ পিন্ধা দেখা যায়৷ কেটৰিনাই ছেলফীৰ শিৰোনাম দিছিল এনেদৰে, ‘দুঃখিত মোৰ টোপনি আহিছে।’ তাৰপাছতেই অভিনেত্ৰীগৰাকীয়ে আন এখন ছেলফী শ্বেয়াৰ কৰিছিল য’ত তেওঁলোক দুয়ো কেমেৰাৰ ফালে চাই হাঁহি আছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক