--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'পাঠান'ৰ জৰিয়তে ৰূপালী পৰ্দাত জুই জ্বলাবলৈ আহি আছে দীপিকা পাডুকন স্বামীৰ কথাকে সত্য প্ৰমাণিত কৰিবলৈ ওলাইছে দীপিকাই। অন্ততঃ অনুৰাগীসকলে তেনেকোৱাই অনুমান কৰিছে। বৃহস্পতিবাৰে দীপিকাৰ এখন ফটো ইনষ্টাগ্ৰামত আপলড হোৱাৰ পাছতে আৰম্ভ হৈছে যাৱতীয় চৰ্চা। হালধীয়া মনোকিনি পিন্ধি লাস্যময়ী ৰূপত বন্দী 'গেহৰাইয়াৰ' অভিনেত্ৰী। এয়া সাগৰ পাৰত অৱসৰৰ বিনোদনৰ দৃশ্য বুলি ভাবি আপুনি ভুল নকৰিব। দীপিকা ব্যস্ত স্পেইনত 'পাঠান'ৰ দৃশ্যগ্ৰহণক লৈ। সম্ভৱতঃ সেই ছবিখনৰে কোনো এটা দৃশ্যৰ বাবে মনোকিনি পৰিধানৰত অৱস্থাত ধৰা দিছে দীপিকাই। কেৱল দীপিকাই নহয়, হালধীয়া মনোকিনিত মন মজিছে কৰীণা কাপুৰ খানৰো। বৰ্তমান কৰীণা মালদ্বীপত আছে। অৱসৰ উদযাপন কৰিছে কাপুৰ কন্যাই। লগত আছে ভগ্নী কৰিশ্মা কাপুৰ আৰু বান্ধৱী নাতাশা পুনাৱালা। তাতেই হালধীয়া মনোকিনিৰ ভাঁজত জলক্ৰীড়াত ব্যস্ত কৰীণা-কৰিশ্মা। সাগৰ নীলা পানীত আত্মহাৰা, উচ্ছসিত ছেইফ পত্নী। সাগৰৰ শীতলতাত ম্লান পৰিছে গৰমে ধোৱা শৰীৰৰ উষ্ণতা। এইবাৰ বিকিনি নহয়, সময় মনোকিনিৰ! নায়িকাসকলৰ পছন্দত তেনে আভাসেই পোৱা নাই নে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক