--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ বেছিভাগ তাৰকা ছ’চিয়েল মিডিয়াত অতি সক্ৰিয়। এই তাৰকাসকলে প্ৰায়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীক নিজৰ জীৱনৰ আপডেট দি থাকে। বলীউডৰ কিছুমান অভিনেতা আছে যিয়ে ছ’চিয়েল মিডিয়াৰ পৰা দূৰত্ব বজাই ৰাখে। ছেইফ আলী খান তাৰ ভিতৰত অন্যতম। শেহতীয়াকৈ এক সাক্ষাৎকাৰত ছেইফ আলী খানে ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰি থকাৰ আঁৰৰ কাৰণ প্ৰকাশ কৰিছে। 
Saif Ali Khan: I have regrets but not very serious ones || Saif Ali Khan: I  have regrets but not very serious ones
ছেইফ আলী খানে যে তেওঁ কথাবোৰ ৰেক’ৰ্ডিং আৰু ডকুমেণ্ট কৰি ভাল পায়। অৱশ্যে যিকোনো কথাতে বিভিন্ন জনে বিভিন্ন পৰামৰ্শ দিয়া বাবেই তেওঁ কোনো ফটো বা তেওঁৰ লগত জড়িত কথাবোৰ প’ষ্ট নকৰে। ছেইফৰ মতে ছ’চিয়েল মিডিয়াত সকলো বস্তুৱেই অতি কৃত্ৰিম। যিকোনো কথা পোষ্ট কৰাৰ আগতে বহুবাৰ চিন্তা কৰিব লাগে। তেওঁ লগতে কয় যে তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্ট চম্ভালিবলৈ তেওঁ এজন মেনেজাৰ নিয়োগ কৰিব লাগিব। সেইবাবেই তেওঁ এই সকলোবোৰৰ হেঁচাত সোমাব নিবিচাৰে।
Saif Ali Khan says he wants to act in Mahabharata: 'If someone makes it  like…' | Bollywood - Hindustan Times
 ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম ক'তোৱেই নাই ছেইফ আলী খান। অৱশ্যে তেওঁ প্ৰকাশ কৰে যে মাত্ৰ এটা কথাইহে তেওঁক এদিন ছ’চিয়েল মিডিয়াৰ সৈতে সংযোগ কৰিব পাৰে। ছেইফৰ মতে, ছ’চিয়েল মিডিয়াৰ জৰিয়তে উপাৰ্জনৰ দিশটো চাই তেওঁ হয়তো এদিন ছ’চিয়েল মিডিয়াত যোগদান কৰাৰ কথা চিন্তা কৰিব পাৰে।
Saif Ali Khan On Staying Away From Social Media: 'It Is A Dangerous Place'
ছেইফ আলী খানৰ নিজা কোনো একাউণ্ট নাই। তেওঁৰ ফেন ক্লাৱে দুই এটা একাউণ্ট খুলি ৰাখিছে, যি একাউণ্টৰ সৈতে তেওঁ জড়িত নহয়। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement