--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিবিএছই-নিৰ্ধাৰিত কিতাপএখনৰ পৰা অহা বুলি দাবী কৰি শ্বেয়াৰ কৰা ভাইৰেল ছবিত  'ডেটিং এণ্ড ৰিলেশ্বনশ্বিপ' শীৰ্ষক  এটা অধ্যায় থকা বুলি দেখুওৱাৰ কথাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (চিবিএছই) নিৰ্ধাৰণ কৰা ৯ম শ্ৰেণীৰ এখন কিতাপত থকা   বুলি দাবী কৰা   'ডেটিং এণ্ড ৰিলেশ্বনশ্বিপ'  সম্পৰ্কীয় এটা অধ্যায়ৰ ছবি দেখুওৱা এটা টুইট ভাইৰেল হৈ থকাৰ সময়তে বিষয়টোকলৈ নিজৰ স্থিতি স্পষ্ট কৰিছে চিবিএছচিয়ে।

চিবিএছইয়ে টুইটাৰত কৰা দাবীটো খণ্ডন কৰি কৈছে যে এয়া  'ভিত্তিহীন আৰু অশুদ্ধ' তথ্য।  তেনে কোনো অধ্যায় চিবিএছচিৰ পাঠ্যপুথিত নাই বুলি চিবিএছচিয়ে স্পষ্ট কৰি দিছে। 

 ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ থকা অধ্যায়টোৰ বিষয়বস্তু বোৰ দৰাচলতে গগন দীপ কৌৰৰ দ্বাৰা লিখা আৰু জি.ৰাম বুকছ (পি)লিমিটেডৰ দ্বাৰা প্ৰকাশিত আত্ম সজাগতা আৰু সশক্তিকৰণৰ বাবে গাইড শীৰ্ষক এখন কিতাপৰ পৰা আহিছে বুলি জানিব পৰা গৈছে। চি.বি.এছ.ই.-য়ে তেনে কোনো কিতাপ প্ৰকাশ নকৰে বা কোনো ব্যক্তিগত প্ৰকাশকৰ কিতাপো প্ৰকাশ নকৰে বুলি চিবিএছচিৰ তৰফৰ পৰা কোৱা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement