--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বৰ্তমান বহুলোক  থাইৰয়ডৰ সমস্যাত ভুগি আছে৷ এতিয়া যেন থাইৰয়ড আধুনিক জীৱনৰ আটাইতকৈ ডাঙৰ সমস্যাবোৰৰ ভিতৰত এটা সমস্যা হৈ পৰিছে৷  
বহুতে বহু চিকিৎসাৰ অন্ততো এই সমস্যাৰ পৰা মুক্তি পোৱা নাই৷ গই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ যথেষ্ট সাৱধানতা অৱলম্বন কৰা উচিত৷ 

শেহতীয়াকৈ  আয়ুৰ্বেদ বিশেষজ্ঞ দীক্ষা ভাৱচাৰে কিছু বিশেষ  খাদ্যৰ গুণৰ কথা জনাইছে যিৰ দ্বাৰা  থাইৰয়ডৰ সমস্যা নিয়ন্ত্ৰণ কৰিব পৰা যায়।

থাইৰয়ড নিয়ন্ত্ৰণ কৰিব পৰা খাদ্যসমূহৰ ভিতৰত   বিশেষজ্ঞ দীক্ষা ভাৱচাৰে ব্ৰাজিল বাদামকো স্থান দিছে৷  যি শৰীৰত চেলেনিয়ামৰ স্তৰ বজাই ৰাখে, লজতে থাইৰয়ড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চেলেনিয়াম গুৰুত্বপূৰ্ণ৷ইয়াৰোপৰি ব্ৰাজিল বাদামে অনিদ্ৰা দূৰ কৰাত, যৌন যোগ্যতা বৃদ্ধি কৰা, মগজু আৰু হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা বজাই ৰখা, চুলি সৰা বন্ধ কৰাত সহায় কৰে৷ 

থাইৰয়ড আৰু থাইৰয়ড সম্পৰ্কীয় সমস্যা নিয়ন্ত্ৰণত আয়ডিন আৰু আয়ৰণ সমৃদ্ধ খেজুৰ কাৰ্যকৰী হয়। খেজুৰবোৰ কোষ্ঠকাঠিন্য উপশম কৰা, ৰক্তচাপ নিয়ন্ত্ৰণ কৰা, মুৰৰ বিষ, গাঁঠিৰ বিষ আৰু আন বহুতো শাৰীৰিক সমস্যাত উপকাৰী


আয়ুৰ্বেদ বিশেষজ্ঞ দীক্ষাই কৈছিল যে ৰাতি ভিজাই ৰখা ৩-৪ টা খেজুৰ ৰাতিপুৱা খালী পেটত খাব লাগে, কিন্তু এই খাদ্য সকলোৰে বাবে সমানভাৱে কাৰ্যকৰী নহ'ব পাৰে। ইয়াৰ উপৰিও, বিভিন্ন খাদ্যৰ পাৰ্শ্বক্ৰিয়া আছে, সেয়েহে আহাৰত আপোনাৰ শাৰীৰিক স্থিতি বুজিবলৈ চিকিৎসকৰ পৰামৰ্শ ল'বলৈ নাপাহৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement