--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিকিৎসালয়ৰ ভিতৰত এক্স-ৰে মেচিন আৰু নিগনিয়ে সঁজুলিবোৰ ফুটা কৰি দিলে! যাৰ বাবে কৰ্তৃপক্ষই বিড়ম্বনাৰ মাজত পৰিবলগীয়া হয়। ৰোগীৰ পৰা আৰম্ভ কৰি চিকিৎসালয়ৰ চিকিৎসকলৈকে সকলো নিগনিয়ে বিৰক্ত কৰে। সমস্যা সমাধানৰ চেষ্টা চলাইছে কৰ্তৃপক্ষই।

উত্তৰ প্ৰদেশৰ কানপুৰৰ উৰ্চুলা হাস্পতালত আছিল ২৫ লাখ টকাৰ ডিজিটেল এক্স-ৰে মেচিন। ইয়াৰ ক্ষতি কৰিলে নিগনিয়ে। যন্ত্ৰটোৰ ভিতৰত নিগনি সোমাই গ’ল। তেতিয়াৰ পৰাই মেচিনটোৱে কাম কৰা বন্ধ কৰি দিলে। ফলত ৰোগীৰ এক্স-ৰে কৰিব পৰা নাযায়। প্ৰয়োজনীয় সেৱা আগবঢ়াব নোৱাৰি।

চিকিৎসালয় কৰ্তৃপক্ষই দাবী কৰিছে যে তেওঁলোকে সঁজুলিসমূহ ঠিক কৰি নিগনিৰ আক্ৰমণ হ্ৰাস কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে। কিন্তু সমস্যা সমাধান নহয়। বৰং সমস্যাটো যেন দিনক দিনে বাঢ়ি গৈ আছে।

কানপুৰৰ সেই চিকিৎসালয়খনত দৈনিক কমেও ২০০০ ৰোগীয়ে ডিজিটেল এক্স-ৰে মেচিনৰ জৰিয়তে সেৱা লাভ কৰিছিল। বৰ্তমান এটা সাধাৰণ এক্স-ৰে মেচিন আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ