--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃশুভ্ৰ বৰফৰ আচ্ছাদনে ঢাকিছে কাশ্মীৰ উপত্যকাক৷ কাৰণ এতিয়া উত্যকাটোত আৰম্ভ হৈছে ‘চিল্লাই কালান' ৷ ‘চিল্লাই কালান'  মানেনো কি? দৰাচলতে কাশ্মীৰত আৰম্ভৰ পৰা শেষলৈকে চলি থকা শীত প্ৰবাহক   'চিল্লাই কালান' বুলি কোৱা হয়৷  

 'চিল্লাই কালান'ৰ ফলত এইবেলি কাশ্মীৰত উপত্যকাত প্ৰচুৰ মাত্ৰাত হিমপাত হ’ব। প্ৰতি বছৰে ডিচেম্বৰৰ তৃতীয় সপ্তাহৰ পৰা কাশ্মীৰত শীতে আক্ৰোশী ৰূপ লয়৷ সেয়ে প্ৰতি বছৰে ২১ ডিচেম্বৰৰ পৰা উপত্যকাটোত শীতৰ সংহাৰ আৰম্ভ হয় আৰু কাশ্মীৰৰ স্থায়ী বাসিন্দা সকলে এনে পৰিবেশক  ‘চিল্লাই কালান' বুলি অভিহিত কৰি আহিছে৷ 


২১ ডিচেম্বৰৰ পৰা ৪০ দিনলৈ কাশ্মীৰত অব্যাহত থাকে 'চিল্লাই কালান'।


'চিল্লাই কালান'ৰ কেইবাটাও পৰ্যায় আছে।চিল্লাই খুৰ্ড  অৰ্থাৎ ‘সৰু শীত’ হয় ২০ দিনীয়া।চিল্লাই খুৰ্ড ৩০ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ অব্যাহত থাকে।ইয়াৰ পিছত আহে চিল্লাই বাচ্চা  অৰ্থাৎ ‘বেবী কোল্ড’ , এয়া ১৯ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ দহ দিন ধৰি চলে।সচৰাচৰ কাশ্মীৰত ২১ ডিচেম্বৰৰ পৰা ২৯ জানুৱাৰীৰ ভিতৰত শীতৰ তীব্ৰতা বাঢ়ে ৷ আজিৰ দিনটোত কাশ্মীৰৰ প্ৰায়ভাগ ঠাইতে তাপমাত্ৰ শূন্য ডিগ্ৰীৰ তলতে আছে৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক