--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে ঘোষণা কৰা হৈছিল পদ্ম সন্মানৰ তালিকা। এইবাৰ দক্ষিণৰ মেগা তাৰকা চিৰঞ্জীৱীক পদ্ম বিভূষণেৰে সন্মানিত কৰা হৈছে। অভিনেতা গৰাকীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীক তেওঁৰ নাম ঘোষণা কৰাৰ পিছতে ধন্যবাদ জ্ঞাপন কৰে। পুত্ৰ ৰাম চৰণেও ধন্যবাদ জ্ঞাপন কৰে।

জনপ্ৰিয় পৰিচালক ৰামগোপাল বৰ্মাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ৰামগোপালে তেওঁৰ এক্স একাউণ্টত লিখিছে, “শ্ৰী পদ্ম সুব্ৰহ্মণ্যন আৰু শ্ৰী বিন্দেশ্বৰ পাঠকক একেখন আসনত ৰখাৰ কথা মই কেতিয়াও শুনা নাই। যদি চিৰঞ্জীৱী গাৰু (দাদা) সুখী, মইও সুখী দেখাবলৈ চেষ্টা কৰিছো।''

প্ৰসংগক্ৰমে শ্ৰী পদ্ম সুব্ৰহ্মণ্য এগৰাকী প্ৰখ্যাত ভাৰতনাট্যম শিল্পী। যিয়ে নিজেই ২০০৩ চনত এই সন্মান লাভ কৰিছিল। আন এজন ব্যক্তি হৈছে বিন্দেশ্বৰ পাঠক। ভাৰতৰ প্ৰখ্যাত সমাজবিজ্ঞানী। পৰিচালকগৰাকীয়ে দুয়োৰে তুলনা কৰাত নেটিজেনৰ এক বৃহৎ অংশই ক্ষুব্ধ হৈ পৰে, কিছুমানে কয় যে, "আপুনি সোনকালে বিন্দেশ্বৰ পাঠকক অধ্যয়ন আৰম্ভ কৰিব লাগে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক