--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চিৰতৰুণ এজন অভিনেতা৷ পুনৰ সাজু হৈছে নতুন চিনেমাৰ বাবে৷ ৰজনীকান্ত৷ যাৰ অভিনয় আৰু কলাত্মক চিন্তাত মন্ত্ৰমুগ্ধ নহৈ নোৱাৰে তেওঁৰ অনুৰাগী৷ পিছে আপুনি জানেনে জনাদৃত অভিনেতা ৰজনীকান্তে কিমান লয় পাৰিশ্ৰমিক?

সম্প্ৰতি অনুৰাগীসকলে ৰজনীকান্তৰ নতুন চিনেমাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। তেওঁৰ যিকোনো চিনেমা মুক্তিৰ পূৰ্বেই চিনেমাজগতত সৃষ্টি হয় মৃদু গুঞ্জন। আহি আছে ৰজনীকান্ত জড়িত থকা নতুন চিনেমা ‘লাল চালাম’৷ মুক্তি পাইছে টীজাৰ৷ 

ৰজনীকান্তক লাল চালামত এটা কেমিঅ’ কৰা দেখা যাব। চিনেমাখন ৰজনীকান্তৰ জীয়ৰী ঐশ্বৰ্যই পৰিচালনা কৰিছে। খবৰ অনুসৰি, ৰজনীকান্তে এই চিনেমাখনত এটা কেমিঅ’ কৰিবলৈ লৈছে বৃহৎ মাচুল। 

একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰিত খবৰ অনুসৰি, লাল চালামত ৰজনীকান্তৰ ভূমিকা আছে ৩০ৰ পৰা ৪০ মিনিট সময়৷

ৰজনীকান্তে চিনেমাখনত অভিনয় কৰা নাই কিন্তু তেওঁ ছবিখনৰ সংলাপত সহায় কৰিছিল৷
tracktollywood.com নামৰ ৱেবছাইটটোত প্ৰকাশিত তথ্য অনুসৰি, ৰজনীকান্তৰ চিনেমাখনত ৩০-৪০ মিনিটৰ বাবে এটা কেমিঅ’ আছে। যাৰ বাবে তেওঁ ১ মিনিটৰ বাবে ১ কোটি টকা পাৰিশ্ৰমিক লৈছে। যাৰ অৰ্থ হৈছে তেওঁ প্ৰায় ৪০ কোটি টকা মাচুল লৈছে চিনেমাখনৰ পৰা। অৱশ্যে, চৰ্চা চলা এই খবৰৰ সত্যাসত্য সম্পৰ্কত কোনো মন্তব্য কৰা নাই যশস্বী অভিনেতাগৰাকীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক