--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহৰ চকুৰ তলত পৰা ডাৰ্ক চাৰ্কলে মানুহৰ সৌন্দৰ্য হ্ৰাস কৰে। বহুতে বহু চেষ্টা কৰিও ডাৰ্ক চাৰ্কল দূৰ কৰিব নোৱাৰে। ডাৰ্ক চাৰ্কলে এজন মানুহৰ নিজৰ ওপৰত থকা আত্মবিশ্বাসো হ্ৰাস কৰে। 

ডাৰ্ক চাৰ্কল দূৰ কৰিব পাৰে এলোভেৰাই। ইয়াৰ ঔষধি গুণৰ বিষয়ে আমি সকলোৱে জানো, ইয়াক ছালৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়, যাৰ বাবে এলোভেৰা বহু সৌন্দৰ্য্য সামগ্ৰীত ব্যৱহাৰ কৰা হয়। ইয়াক ব্যৱহাৰ কৰি আমি কেনেকৈ ডাৰ্ক চাৰ্কল আঁতৰাব পাৰো জানো আহক।
 
১) ৰাতি মালিচ কৰাঃ ৰাতি শোৱাৰ আগতে চকুৰ চাৰিওফালে এলোভেৰা জেল লগালে ছালখন টান হৈ পৰে আৰু মুখৰ মিহি ৰেখাবোৰ কমিবলৈ আৰম্ভ কৰিব। ছালখন কোমল আৰু জিলিকি থকা দেখা যাব। ইচ্ছা কৰিলে মইশ্ব’ৰাইজাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। নিয়মিতভাৱে এলোভেৰা ব্যৱহাৰ কৰিলে ছালৰ ক্ষতি নহয়।

২) ফেচ মাস্ক পিন্ধিবঃ ডাৰ্ক চাৰ্কল কম কৰিবলৈ এলোভেৰা জেলৰ সৈতে ফেচ মাস্ক প্ৰস্তুত কৰিব পাৰে। এলোভেৰাত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু ভিটামিন ই থাকে, যাৰ ফলত ছালত কলাজেন উৎপাদনকাৰী কোষৰ সংখ্যা বৃদ্ধি পায়। এই মাস্ক প্ৰস্তুত কৰিবলৈ মৌ আৰু এলোভেৰা জেল মিহলাই গোলাপ জলো দিব পাৰে উন্নত ফলাফলৰ বাবে। ১৫ মিনিটমান মুখত লগাই শুকুৱাই থৈ শেষত কুহুমীয়া পানীৰে ধুব। নিয়মিতভাৱে এনে কৰিলে ডাৰ্ক চাৰ্কলবোৰ নাইকিয়া হৈ যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement