--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি সকলো বয়সৰ মানুহকে চকুৰ সমস্যাই অশান্তি দিয়ে। কম বয়সৰে পৰা মানুহে চশমা পিন্ধিবলৈ আৰম্ভ কৰিছে। টিভি, মোবাইল আৰু লেপটপৰ চকুত বেয়া প্ৰভাৱ পৰে। কিছুমান বস্তু খালে চকুৰ দৃষ্টিশক্তি ভাল কৰি ৰাখিব পাৰি। কি কি খালে চকু ভালে ৰাখিব পাৰি জানো আহক।

১) আমলখিঃ চকুৰ বাবে আমলখিক আশীৰ্বাদ বুলি গণ্য কৰা হয়, ইয়াৰ কাৰণ হ'ল ইয়াত ভিটামিন চি প্ৰচুৰ পৰিমাণে থাকে, গতিকে যদি আপুনি চশমা পৰিহাৰ কৰিব বিচাৰে তেন্তে আজিৰ পৰাই আমলখিক আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা উচিত।

২) আলমণ্ডঃ আলমণ্ড খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। যদি আপুনি দৈনিক আলমণ্ড সেৱন কৰে, তেন্তে আপোনাৰ চকুৰ দৃষ্টিশক্তিও উজ্জ্বল হৈ পৰিব।

৩) গাজৰঃ গাজৰ বেছিকৈ চালাডত ব্যৱহাৰ কৰা হয়, কিন্তু আপুনি জানেনে যে গাজৰ খালে চকুৰ দৃষ্টিশক্তি বৃদ্ধি পায়।

৪) মাছঃ মাছ খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী, মাছ খালে চকুৰ দৃষ্টিশক্তিও বৃদ্ধি পায়। বিশেষকৈ সৰু মাছ খাব পাৰিলে ভাল।

৫) সেউজীয়া শাক-পাচলিঃ সেউজীয়া শাক-পাচলি খোৱাটো চুলি আৰু ছাল উভয়ৰে বাবে উপকাৰী। সেউজীয়া শাক-পাচলি খালে চকুৰ দৃষ্টিশক্তিও বৃদ্ধি পায়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক