--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু মানুহে ৰাতি শোৱাৰ আগত ভৰি ভালকৈ ধুই শুৱে। এয়া তেওঁলোকৰ এক অভ্যাস। আৰু এনে মানুহো আছে যি ভৰি নোধোৱাকৈ শুই যায়। কিন্তু আপুনি জানেনে যে ৰাতি শোৱাৰ আগত ভৰি ধুলে মানুহৰ স্বাস্থ্যই লাভ কৰে অনেক উপকাৰিতা।

ৰাতি শোৱাৰ আগত ভৰি ধুৱাৰ উপকাৰিতা

১) ৰাতি ভৰি ধুই শুলে ভাল টোপনি আহে। আনহাতে মনটোৱে শিথিলতা লাভ কৰে আৰু মানসিক চাপো কমি যায়। যদি আপুনি টোপনি নহাৰ সমস্যা পাই আছে তেন্তে ভৰি ধুই শোৱাৰ অভ্যাস কৰক। এনে কৰিলে ভাল টোপনি আহিব।

২) ভৰি ধুই শুলে মানসিক স্বাস্থ্য সঠিক থাকে। এনে কৰিলে হতাশা আৰু উদ্বেগ আদি লক্ষণ ক

৩) গ্ৰীষ্মকালত শোৱাৰ আগতে ভৰি দুখন সদায় ধুব লাগে। কাৰণ ভৰিৰ ঘামৰ ফলত ভৰিত বেক্টেৰিয়া জমা হ’ব পাৰে। 

৪) বেছিভাগ মানুহেই দিনটো মোজা পিন্ধি থাকে যাৰ বাবে ভৰিৰ গোন্ধ ওলাবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত যদি আপুনি ইয়াৰ পৰা সকাহ পাব বিচাৰে তেন্তে শোৱাৰ আগতে নিশ্চিতভাৱে ভৰি ধুৱক।

৫) ৰাতি ভৰি ধোৱাৰ পাছত শুলে ছালত বহু উপকাৰ পোৱা যায়। ভৰি ধোৱাৰ পাছত শুলে ভৰি নৰম আৰু কোমল হয়।

গৰম পানী কৰি তাত অলপ নিমখ দি ভৰি ধুব পাৰিলে বেছি ভাল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক