--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'চকু টিপ’ মাৰি ভাইৰেল হৈ পৰা প্ৰিয়া প্ৰকাশ ভেৰিয়াৰক মনত আছেনে?  ওমৰ লুলুৰ পৰিচালনাত নিৰ্মিত ‘অৰু আদাৰ লাভ’ ছবিখনৰ এই দৃশ্য মুহূৰ্ততে সামাজিক মাধ্যমত বিয়পি পৰিছিল।

শেহতীয়াকৈ এটা সাক্ষাৎকাৰত সেই বিশেষ দৃশ্যটোৰ বিষয়ে আলোচনা হৈছিল। সেই দৃশ্যটোৰ বিষয়ে প্ৰিয়াক সোধাত অভিনেত্ৰীগৰাকীয়ে দাবী কৰিছিল যে এই সকলোবোৰ তেওঁৰ কৃতিত্ব। তেওঁৰ কথা শুনি ক্ষুব্ধ হৈ পৰে পৰিচালক ওমৰ। তেওঁ প্ৰিয়াক স্মৃতিশক্তি ঘূৰাই আনিবলৈ দৰৱ খাবলৈ ক’লে।

ওমৰে কয়, ‘আচলতে পাঁচ বছৰ হৈ গ’লতো, মোৰ বাচ্চাৰ স্মৃতিভ্ৰংশ হৈছে। প্ৰিয়াই ভাল্ল্যাচন্দনাদি দৰৱ খোৱাৰ প্ৰয়োজন।” 
উল্লেখ্য যে স্মৃতিশক্তি ঘূৰাই অনাৰ বাবে চিকিৎসকে প্ৰেছক্ৰিপচন কৰা এবিধ আয়ুৰ্বেদিক দৰৱ হৈছে ভাল্ল্যাচন্দনাদি।

ওমৰে দাবী কৰিছে যে এই দৃশ্যটোৰ গোটেই ধাৰণাটো তেওঁৰ মনৰ পৰা আহিছিল। পাঁচ বছৰ পূৰ্বে দিয়া এক সাক্ষাৎকাৰতো পৰিচালকগৰাকীয়ে এই কথা কৈছিল। প্ৰিয়াৰো সেই সময়ত একেই বক্তব্য আছিল। তেওঁ কৈছিল যে ‘’পৰিচালকেই মোক তেনেকৈ চকুৰে ইংগিত দিবলৈ কৈছিল।‘’ ইমান দিনৰ মূৰত অভিনেত্ৰীগৰাকীৰ নতুন বক্তব্য শুনি বিচলিত হৈ পৰে পৰিচালক ওমৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে