--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলিউডৰ বিখ্যাত অভিনেতা শ্বাহিদ কাপুৰে আজিৰ পৰা ৮ বছৰ পূৰ্বে দিল্লীৰ যুৱতী মীৰা ৰাজপুতৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। বৰ্তমান কন্যা মিছা আৰু পুত্ৰ জেনেৰে এটা সুখী পৰিয়াল আছে শ্বাহিদ কাপুৰৰ। 

বহুতে প্ৰশ্ন কৰে যে শ্বাহিদ-মীৰাৰ সফল বিবাহিত জীৱনৰ ৰহস্য কি? শেহতীয়াকৈ শ্বাহিদে এক সাক্ষাৎকাৰত নিজৰ বিবাহিত জীৱনৰ বিষয়ে মুকলিকৈ কয়।

শ্বাহিদে কয়, ”বিবাহৰ পিছত নাৰী এগৰাকীয়ে পুৰুষৰ জীৱনলৈ আহি পুৰুষৰ জীৱন সংগঠিত কৰে। প্ৰতিজন যুৱকে নিজৰ জীৱনলৈ এগৰাকী নাৰী অহাৰ পিছতহে এজন ভাল পুৰুষ হ’ব পাৰে। এই প্ৰক্ৰিয়া দীৰ্ঘদিন ধৰি চলি থাকে। জীৱনটো এনেকুৱাই যেন অনুভৱ হয়।”

অৱশ্যে শ্বাহিদৰ এই ভিডিঅ’ সাক্ষাৎকাৰ ভাইৰেল হোৱাৰ পিছত বহুতেই সামালোচনা কৰিছে শ্বাহিদ কাপু্ৰক। এজন নেটিজেনে লিখিছে, ”বিয়াৰ পিছত পত্নী আনিছিলা, নে দাসী ?” আন এজন ব্যক্তিয়ে লিখিছে, “শ্বাহিদৰ কথা শুনি তেওঁ স্কুলত পঢ়ি থকা যেন লাগে! পুৰুষৰ জীৱনত নাৰীৰ অস্তিত্ব সেইটোৱেই নেকি?”

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে