--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজি বছৰৰ অন্তিমটো চন্দ্ৰগ্ৰহণ। ইফালে গ্ৰহণৰ ৯ ঘণ্টা আগতেই আৰম্ভ হৈছে চন্দ্ৰগ্ৰহণৰ সুতক। জ্যোতিষশাস্ত্ৰৰ অনুসৰি এয়া সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ, যাৰ প্ৰভাৱ সকলো ৰাশিৰ লোকৰ ওপৰত পৰিব। এই গ্ৰহণ কিছু ৰাশিৰ বাবে শুভ আৰু কিছু ৰাশিৰ লোকৰ বাবে অশুভ ফল প্ৰদান কৰিব। কিন্তু চন্দ্ৰগ্ৰহণ শনিৰ প্ৰিয় ৰাশিৰ বাবে অতি ফলপ্ৰসূ হ’ব। এই ভাগ্যৱান ৰাশিকেইটা কি কি জানি লওক।

 কোনকেইটা ৰাশিৰ বাবে শুভ-

তুলা ৰাশিঃ-জ্যোতিষশাস্ত্ৰৰ মতে তুলা ৰাশি শনিদেৱৰ অন্যতম প্ৰিয় ৰাশি। এই ৰাশিত শনিদেৱ উচ্চ। জ্যোতিষৰ মতে চন্দ্ৰগ্ৰহণৰ ফলত এই ৰাশিৰ লোকৰ ওপৰত কোনো বেয়া প্ৰভাৱ নপৰে। এই ৰাশিৰ লোকসকলৰ জীৱনত ভাল প্ৰভাৱ পৰিব। চাকৰি আৰু ব্যৱসায়ত অপাৰ সফলতা লাভ কৰিব। অংশীদাৰিত্বৰ ব্যৱসায় কৰা লোকসকলো লাভৱান হ’ব পাৰিব।

 মকৰ ৰাশিঃ-এই ৰাশিৰ স্বামী শনি। গতিকে চন্দ্ৰগ্ৰহণৰ প্ৰভাৱে এই ৰাশিৰ লোকৰ ওপৰত কোনো প্ৰভাৱ নপৰে। এই সময়ছোৱাত ঘৰৰ যিকোনো সম্পত্তি ক্ৰয় কৰাৰ সম্ভাৱনা আছে। চাকৰিত পদোন্নতি পাব পাৰে। এই সময়ছোৱাত বন্ধ হৈ থকা বহু কাম সম্পূৰ্ণ হ’ব। এই সময় আপোনাৰ বাবে অতি অনুকূল হ’ব আৰু প্ৰতিটো কামতে সফলতা লাভ কৰিব।

 কুম্ভ ৰাশিঃ-এই ৰাশিৰ স্বামী শনি গ্ৰহ। জ্যোতিষশাস্ত্ৰ অনুসৰি চন্দ্ৰগ্ৰহণৰ সময়ত এই ৰাশিৰ লোকসকলৰ আৰ্থিক অৱস্থা উন্নত হ’ব। উপাৰ্জনৰ নতুন পথ মুকলি হ’ব। এই সময় ব্যৱসায়ীসকলৰ বাবেও অনুকূল বুলি প্ৰমাণিত হ’ব। দীৰ্ঘদিন ধৰি বাকী থকা কামতো সফলতা লাভ কৰিব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক