--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ISROৰ চন্দ্ৰযান-৩ অভিযানৰ মূল কাণ্ডাৰী মহাকাশ সংস্থাটোৰ মুৰব্বী আছিল এছ সোমনাথ। ১৯৮৫ চনৰ পৰাই মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত জড়িত সোমনাথ। 

১৯৮৫ চনত বিক্ৰম ছাৰাভাই মহাকাশ কেন্দ্ৰত যোগদান কৰিছিল সোমনাথে। ২০১০ চনত তেওঁ এই মহাকাশ কেন্দ্ৰৰ সহযোগী সঞ্চালক হিচাপে নিযুক্তি লাভ কৰিছিল। ২০১৫ চনত তেওঁ লিকুইড প্ৰ’পালছন ছিষ্টেম চেণ্টাৰৰ সঞ্চালকৰ দায়িত্ব লাভ কৰিছিল। ২০১৮ চনলৈকে তেওঁ এই দায়িত্বত আছিল।

২০২২ চনৰ জানুৱাৰী মাহত এছ সোমনাথে ইছৰ’ৰ মুৰব্বীৰ দায়িত্ব গ্ৰহণ কৰে। প্ৰসিদ্ধ বিজ্ঞানী কে শিৱানৰ স্থানত ইছৰ’ৰ মুৰব্বী পদত অধিষ্ঠিত হয় এছ সোমনাথ। আৰু আজি সফল চন্দ্ৰযান অভিযানৰ নেতৃত্ব লৈ ইতিহাস গঢ়িলে সোমনাথে। আধুনিক ভাৰতৰ ইতিহাসত এগৰাকী সফল বিজ্ঞানী হিচাপে সোণালী আখৰেৰে লিখা হ’ল এছ সোমনাথৰ নাম। ব্যক্তিগত দক্ষতা আৰু অতুলনীয় টীমৱৰ্কৰে সোমনাথে সফল কৰি তুলিলে চন্দ্ৰযান-৩ অভিযান।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক