--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুজাফৰনগৰৰ বালাজী ধাম মন্দিৰত পুৰুষ-মহিলা ভক্তৰ কাপোৰৰ নিয়ম বলবৎ কৰা হৈছে। মঙলবাৰে জাৰি কৰা জাননীত মন্দিৰ কৰ্তৃপক্ষই কয় যে ‘হাফ পেণ্ট আৰু মিনি স্কাৰ্ট’ৰ দৰে চুটি কাপোৰ পিন্ধাসকলক দেৱতাৰ ‘দৰ্শন’ কৰিবলৈ দিয়া নহ’ব।

প্ৰথমবাৰৰ বাবে উলংঘা কৰা লোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিব আৰু তাৰ পিছত নিৰ্দেশনা পালন নকৰিলে জৰিমনা বিহাৰ চেষ্টা কৰিব বুলিও মন্দিৰ কমিটীয়ে কয়।

বালাজী মন্দিৰৰ প্ৰধান পুৰোহিত আলোক শৰ্মাই কয় যে“আমি পৰ্যবেক্ষণ কৰিছো যে চুটি কাপোৰ পিন্ধি দেৱতাৰ দৰ্শনৰ বাবে অহা কিছুমান মহিলাই আনৰ মনোযোগ বিচলিত কৰে। পূজা কৰাৰ সময়ত মহিলাসকলৰ মূৰ ঢাকি ৰাখিব লাগে। মন্দিৰটো পবিত্ৰ স্থান আৰু আমি সকলোৱে ঠাইখনৰ মৰ্যাদা ৰক্ষা কৰা উচিত।’

মন্দিৰ সমিতিয়েও ফেচবুক পেজত একেধৰণৰ জাননী প্ৰকাশ কৰিছে,তাত লিখিছে “বস্ত্ৰত শিষ্টাচাৰ বজাই ৰখাৰ সিদ্ধান্তৰ পিছত আমি প্ৰশংসাসূচক সঁহাৰি পাইছো। এই পদক্ষেপক সমৰ্থন কৰাসকলৰ সংখ্যা ইয়াৰ বিৰোধিতা কৰাসকলতকৈ বেছি। স্থানৰ পবিত্ৰতা ৰক্ষা কৰিব লাগে।’

















FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে