--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জ্যোতিষশাস্ত্ৰত বিফলতাক সফলতালৈ ৰূপান্তৰিত কৰিবলৈ, শুই থকা ভাগ্যক জাগ্ৰত কৰিবলৈ, জীৱনত অগ্ৰগতি লাভ কৰিবলৈ আৰু আৰ্থিক সংকট দূৰ কৰিবলৈ বহুতো ব্যৱস্থাৰ কথা উল্লেখ আছে ইয়াৰে কিছুমান প্ৰতিকাৰ অতি ফলপ্ৰসূ আৰু সঠিক বুলি গণ্য কৰা হয় এই প্ৰতিকাৰ বা কৌশলবোৰ প্ৰয়োগ কৰি বিভিন্ন ধৰণৰ সমস্যা পৰা সকাহ পোৱা যায় সবিশেষ জানো আহক

শুকুৰবাৰৰ দিনটো মালক্ষ্মীৰ নামত উচৰ্গা কৰা হয় এই দিনটোত মালক্ষ্মীক সন্তুষ্ট কৰাৰ লগতে তেওঁৰ আশীৰ্বাদ লাভৰ বাবে কিছু ব্যৱস্থা গ্ৰহণ কৰিব পাৰি এই ব্যৱস্থাসমূহ কৰিলে আৰ্থিক সংকটৰ পৰা সকাহ পোৱা যায়

শুকুৰবাৰে নিশা গোপনে কৰা এই প্ৰতিকাৰে এজন ব্যক্তিয়ে জীৱনত সফলতাৰ লাভৰ লগতে ধন সম্পৰ্কীয় সমস্যাৰ পৰা মুক্তি পাব পাৰে শুকুৰবাৰে নিশা ধূপ-ধূনা, চাকি আৰু গোলাপ ফুল আদি ৰীতি-নীতিৰে অষ্টলক্ষ্মীৰ পূজা কৰক

যদি মাঅষ্টলক্ষ্মীক ৰঙা মালা অৰ্পণ কৰা হয়, তেন্তে ইয়াক অতি শুভ বুলি গণ্য কৰা হয় ইয়াৰ পাছত ১০৮বাৰ হ্ৰী শ্ৰীং অষ্টলক্ষ্মীয়ে হ্ৰী সিদ্ধেয় মম গৃহে আগচ্ছগছ নমঃ স্বাহাআদি মন্ত্ৰ জপ কৰিব

 শুকুৰবাৰে নিশা গোলাপী ৰঙৰ কাপোৰত শ্ৰীযন্ত্ৰ আৰু মাঅষ্টলক্ষ্মীৰ ছবি স্থাপন কৰি ভগৱান বিষ্ণুক পূজা কৰিলে মালক্ষ্মীক সন্তুষ্ট হয়

শুকুৰবাৰে নিশা মাঅষ্টলক্ষ্মী আৰু শ্ৰীযন্ত্ৰত আঠ সুগন্ধিৰ তিলক লগাব লাগে এই ব্যৱস্থাবোৰ আপোনাক আৰ্থিক লাভালাভ দিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল