--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ধিং আৰক্ষীয়ে চলোৱা মাৰাথন জেৰাৰ অন্তত বৰ্তমান জুৰীয়া আৰক্ষীয়ে জিম্মাত লৈ আৰম্ভ কৰিছে মাৰাথন জেৰা।

ডিজিটেল ডেস্কঃ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে ধিং আৰক্ষীৰ তীব্ৰ অভিযান। ধিং আৰক্ষীৰ জালত পৰিল এজন কুখ্যাত চাইবাৰ অপৰাধী।


ধিং আৰক্ষীৰ অভিযানত ধিং বজাৰৰ পৰা আটক হয় কুখ্যাত চাইবাৰ অপৰাধীটো। আৰক্ষীয়ে আটক কৰা চাইবাৰ অপৰাধীটো ধিঙৰ ৰাধাআটীৰ গুলজাৰ হুছেইন।


চাইবাৰ অপৰাধত জড়িত থকাৰ সন্দেহত ধিং বজাৰৰ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা আৰক্ষীয়ে আটক কৰে গুলজাৰক।


বিগত সময়ছোৱাত এইজন যুৱক গুলজাৰ হুছেইনে বিভিন্ন চাইবাৰ অপৰাধত জড়িত থকাৰ অভিযোগ আছে।


ধিং আৰক্ষীয়ে চলোৱা মাৰাথন জেৰাৰ অন্তত বৰ্তমান জুৰীয়া আৰক্ষীয়ে জিম্মাত লৈ আৰম্ভ কৰিছে মাৰাথন জেৰা।


আৰক্ষীৰ জেৰাত ইতিমধ্যে বহু সন্দেহজনক তথ্য পোহৰলৈ আহিছে বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ