--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কাহিলীপাৰাৰ কল্যাণী নগৰৰ এটা ভাড়াঘৰত ভয়ংকৰ কাণ্ড সংঘটিত হ'ল।

ডিজিটেল ডেস্কঃ গুৱাহাটীত  লিভ-ইন ৰিলেশ্বনশ্বিপৰ ভয়ংকৰ পৰিণতি।  কাহিলীপাৰাৰ কল্যাণী নগৰৰ এটা ভাড়াঘৰত ভয়ংকৰ কাণ্ড সংঘটিত হ'ল।  কোঠাৰ ভিতৰতে চিপ লৈ চৰম সিদ্ধান্ত বাচি ল'লে প্ৰেমিক নৱজ্যোতি তালুকদাৰে।


সম্পৰ্কৰ সংঘাতৰ বাবেই এই সিদ্ধান্ত প্ৰেমিক নৱজ্যোতিৰ।  হাত কাটি আত্মহননৰ চেষ্টা কৰা দাস উপাধিৰ প্ৰেমিকাগৰাকীক সংকটজনক অৱস্থাত হায়াট হাস্পতালত ভৰ্তি। 


এটা বছৰ ধৰি ভাড়াঘৰটোত লিভ-ইন ৰিলেশ্বনশ্বিপত আছিল যুৱক-যুৱতী হাল।


প্ৰেমিকাক এটা কোঠাত আবদ্ধ কৰি নিজকে শেষ কৰিছিল প্ৰেমিক নৱজ্যোতি তালুকদাৰে। প্ৰেমিকাই আৰক্ষীক খবৰ দি নিজৰ হাত কাটি আত্মহননৰ চেষ্টা চলায়।


ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰেমিকাক প্ৰেৰণ কৰে চিকিৎসালয়লৈ। অন্যহাতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে নৱজ্যোতি তালুকদাৰৰ মৃতদেহ।


চিকিৎসালয়ত দীৰ্ঘদিনৰ পৰা দুয়োৰে মাজত কাজিয়া হৈ থকাৰ কথা স্বীকাৰ কৰিছে যুৱতী গৰাকীয়ে।


প্ৰেমিক-প্ৰেমিকা দুয়োৰে ঘৰ নলবাৰীত। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ