--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দৰাঘৰৰ পৰা দিয়া গহনাৰ পৰিমাণ দেখি বিয়াত বহিবলৈ অমান্তি হ’ল কইনা। ফলত বিয়াখন চলি থকাৰ মাজতে ভংগ কৰা হ’ল।

উত্তৰ প্ৰদেশৰ কানপুৰৰ কাষৰ এখন গাঁৱত সংঘটিত হৈছে এই ঘটনা। মনপুৰ নামৰ গাওঁখনৰ এগৰাকী যুৱতীৰ এজন যুৱকৰে সৈতে বিয়া ঠিক হয়। সেই অনুসৰি বিবাহ অনুষ্ঠান চলি আছিল। সময়মতেই বিয়াৰ অনুষ্ঠানত দৰা পক্ষ উপস্থিত হ’ল। কিন্তু তাৰপাছতেই হুলস্থুল আৰম্ভ হ’ল।

বিবাহৰ প্ৰথা অনুসৰি, বিয়াৰ সময়ত কইনাক দৰা ঘৰৰ পৰা শাৰী, গহনা দিয়াৰ কথা। তাতেই লাগিল কেণা। গহনাৰ পৰিমাণ ইমানেই কম যে কইনাই দেখিয়েই হতভম্ব হৈ পৰে। বিয়াত নবহো বুলি স্পষ্ট কৰি দিলে।

আৰক্ষীৰ সূত্ৰৰ মতে, কেৱল কইনাজনীয়েই নহয়, কইনাক দিয়া গহনা  দেখি ক্ষুব্ধ হৈ পৰা তেওঁৰ পৰিয়ালৰ সকলো সদস্যও। আনকি তেওঁলোকে দৰাৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিবলৈ আহিছিল। অৱশেষত দীঘলীয়া আলোচনাৰ অন্তত দুয়োপক্ষই বিবাহ ভাঙিবলৈ সন্মত হ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু