--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দৰাঘৰৰ পৰা দিয়া গহনাৰ পৰিমাণ দেখি বিয়াত বহিবলৈ অমান্তি হ’ল কইনা। ফলত বিয়াখন চলি থকাৰ মাজতে ভংগ কৰা হ’ল।

উত্তৰ প্ৰদেশৰ কানপুৰৰ কাষৰ এখন গাঁৱত সংঘটিত হৈছে এই ঘটনা। মনপুৰ নামৰ গাওঁখনৰ এগৰাকী যুৱতীৰ এজন যুৱকৰে সৈতে বিয়া ঠিক হয়। সেই অনুসৰি বিবাহ অনুষ্ঠান চলি আছিল। সময়মতেই বিয়াৰ অনুষ্ঠানত দৰা পক্ষ উপস্থিত হ’ল। কিন্তু তাৰপাছতেই হুলস্থুল আৰম্ভ হ’ল।

বিবাহৰ প্ৰথা অনুসৰি, বিয়াৰ সময়ত কইনাক দৰা ঘৰৰ পৰা শাৰী, গহনা দিয়াৰ কথা। তাতেই লাগিল কেণা। গহনাৰ পৰিমাণ ইমানেই কম যে কইনাই দেখিয়েই হতভম্ব হৈ পৰে। বিয়াত নবহো বুলি স্পষ্ট কৰি দিলে।

আৰক্ষীৰ সূত্ৰৰ মতে, কেৱল কইনাজনীয়েই নহয়, কইনাক দিয়া গহনা  দেখি ক্ষুব্ধ হৈ পৰা তেওঁৰ পৰিয়ালৰ সকলো সদস্যও। আনকি তেওঁলোকে দৰাৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিবলৈ আহিছিল। অৱশেষত দীঘলীয়া আলোচনাৰ অন্তত দুয়োপক্ষই বিবাহ ভাঙিবলৈ সন্মত হ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ