--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৫ দিনৰ বাবে মোবাইল ইণ্টাৰনেট/ডাটা সেৱা বন্ধ কৰা হৈছে মণিপুৰত। ৰাজ্যখনৰ চুৰাচান্দপুৰ জিলাত সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে এই সিদ্ধানে্ত লৈছে।

উল্লেখ্য যে মেইটেই/মিটেই সম্প্ৰদায়ক অনুসূচিত জনজাতি (এছটি) তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিৰুদ্ধে এটছুমে (ATSUM) প্ৰতিবাদ সাব্যষ্ট কৰে। এক সমাৱেশৰ সময়তে হিংসাত্মক ঘটনা সংঘটিত হয়।

মণিপুৰৰ জনজাতীয় সংগঠনসমূহে মেইটেই/মিটেই জনগোষ্ঠীক এছ টি তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিৰোধিতা কৰি  এটা পদযাত্ৰাৰ আয়োজন কৰিছিল। সেই পদযাত্ৰা কালতে মণিপুৰৰ বুংমুৱালত বনবিভাগৰ বিট কাৰ্যালয় প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়া বুলি  খবৰ পোৱা গৈছে।

বুধবাৰ ৩ মে’ তাৰিখৰ এক চৰকাৰী নিৰ্দেশনাত কোৱা হৈছে যে শান্তি-শৃংখলা বিঘ্নিত কৰিব পৰা ঘটনা ৰোধ কৰিবলৈ মোবাইল ডাটা সেৱা স্থগিত ৰখাটো প্ৰয়োজনীয়। এই নিৰ্দেশনাত সকলো মোবাইল সেৱা প্ৰদানকাৰীক নিয়ম মানি চলাটো নিশ্চিত কৰিবলৈ কোৱা হৈছে। অহা পাঁচ দিনলৈ এই আদেশ বলবৎ থাকিব।

গৃহ বিভাগৰ নিৰ্দেশনাটোত লিখা হৈছে, “কিছুমান সমাজ বিৰোধী শক্তিয়ে জনসাধাৰণৰ আবেগক উচটনি দিয়া ছবি, ঘৃণামূলক ভাষণ আৰু ঘৃণামূলক ভিডিঅ’ বাৰ্তাৰ বিয়পোৱাৰ বাবে ছ’চিয়েল মিডিয়াক ব্যাপকভাৱে ব্যৱহাৰ কৰি আছে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব