--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ সাধাৰণ জনতাক জুৰুলা কৰিছে সামগ্ৰীৰ বৰ্ধিত মূল্য বৃদ্ধিয়ে। শেহতীয়া তথ্য অনুসৰি দেশত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ জুলাই মাহত ৩.৫৪ শতাংশলৈ হ্ৰাস পাইছে। উল্লেখযোগ্য যে পূৰ্বে জুন মাহত মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৫.১ শতাংশ। ৰাষ্ট্ৰীয় পৰ্যায়ত মুদ্ৰাস্ফীতিৰ হাৰ ৩.৫৪ শতাংশলৈ পৰ্যবসিত হোৱাৰ পাছতো ৰাজ্যিক পৰ্যায়ত অন্য এখন ছবিহে পৰিলক্ষিত হৈছে।  

ভাৰত চৰকাৰৰ পৰিসংখ্যা আৰু কাৰ্যসূচী ৰুপায়ণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মুদ্ৰাস্ফীতিৰ হাৰৰ(%)শীৰ্ষ স্থানত আছে বিহাৰ(৫.৮৭), দ্বিতীয় স্থানত আছে অসম(৫.১১) তৃতিয় স্থানত আছে ওড়িশা(৪.৮৩)মুদ্ৰাস্ফীতিৰ হাৰৰ এই তালিকাত চতুৰ্থ স্থানত আছেউত্তৰ প্ৰদেশ(৪.৫৭), একেদৰে অৰুণাচল(৪.৫৩)পঞ্চম স্থানত, হাৰিয়ানা(৪.৫২)ষষ্ঠ স্থানত আৰু কেৰালা(৪.৫১)সপ্তম স্থানত আছে৷ 

বিহাৰ, অসমকে ধৰি মুদ্ৰাস্ফীতি বৃদ্ধিৰ তালিকাৰ শীৰ্ষত থকা ৰাজ্যসমূহৰ জনসাধাৰণে বৰ্ধিত মুদ্ৰাস্ফীতিয়ে সৃষ্টি কৰা অভাবনীয় মূল্যবৃদ্ধিৰ বোজা বহন কৰিবলৈ বাধ্য হৈ পৰিছে। উল্লেখযোগ্য যে ছিকিম, ঝাৰখণ্ড এই তালিকাৰ একেবাৰে শেষৰ ফালে স্থান লাভ কৰিছে। 

নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দল সমূহে জনসাধাৰণক প্ৰদান কৰা প্ৰতিশ্ৰুতি যে প্ৰহসন হে সেয়া অমীমাংসিত সমাধানসমূহৰ দ্বাৰা সহজেই অনুমেয়। এতিয়া মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ বাবে দায়িত্বশীল কৰ্তৃপক্ষৰ বিফলতাত শাসক পক্ষৰ স্থিতি লক্ষণীয় হ’ব৷ প্ৰশ্ন হয় যে চৰকাৰ কিয় ব্যৰ্থ হৈছে জণসাধাৰণৰ চাহিদা পুৰণত? একেখন দেশৰে ৰাজ্যসমূহত মুদ্ৰাস্ফীতিৰ এনে তাৰতম্যই কি সূচায়?

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন