--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এক শব্দত ক’বলৈ গ’লে কচুৰ কোনো অংশ পেলনী নহয়। কচুৰ শিপাৰ পৰা আৰম্ভ কৰি ইয়াৰ ঠাৰি, পাত, ফুল, ঠাৰি সকলো অতি উপকাৰী। কচুত প্ৰচুৰ পৰিমাণে ভিটামিন থাকে। কচুত আইৰণ, প্ৰটিন,  আদি বিভিন্ন ধৰণৰ পুষ্টিকৰ উপাদান থাকে।

কচুৰ মূলত প্ৰচুৰ পৰিমাণে আয়ৰন পোৱা যায়।কচুৰ শিপাই দেহৰ তেজৰ সমস্যাও নিৰাময় কৰাত সহায় কৰে। ইয়াৰ বাহিৰেও শৰীৰৰ বহু সমস্যাত যিহেতু কচু উপযোগী, ৰোগ নিৰাময়তো কচু অতি গুৰুত্বপূৰ্ণ। হৃদযন্ত্ৰৰ পৰা আৰম্ভ কৰি ওজন কমালৈকে ই বহুত উপকাৰো দিয়ে। কুচুৰ প্ৰধান উপকাৰীতাৰ বিষয়ে জানো আহক

ব্লাড চুগাৰৰ নিয়ন্ত্ৰণ – ব্লাড চুগাৰৰ সমস্যাত কচুৰ শিপা অতি উপকাৰী। গ্লাইচেমিক মাত্ৰা নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ। কেঁচা কুচু শিপা খালে ডায়েবেটিছ কমোৱাৰ সম্ভাৱনা থাকে।

হৃদযন্ত্ৰৰ সুস্বাস্থ্য বজাই ৰাখে - কচু খালে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী। কচুত পটাছিয়াম, ফাইবাৰ, ৰেজিষ্টেন্স ষ্টাৰচ থাকে। ই কলেষ্টেৰল কমোৱাত সহায় কৰে। লগতে হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সম্ভাৱনাও কমায়।

কৰ্কট ৰোগ নিধনকাৰী - কচুত অধিক পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। ইয়াত অধিক পৰিমাণে ভিটামিন এ আৰু চি থাকে। ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ফলত ই শৰীৰৰ পৰা ওলোৱা ক্ষতিকাৰক ৰেডিকেল কমায়।

পাচনত সহায় কৰে- কচু খালে হজম হোৱাত সহায় হয়। ইয়াত ডায়েটেৰী ফাইবাৰ থাকে। ইয়াৰ ফলত গেছ সম্পৰ্কীয় সমস্যা দূৰ হয়।

ওজন কমোৱা - ওজন কমাবলৈও কচুয়ে বহুত সহায় কৰে। ইয়াৰ সামান্য পৰিমাণেই পেট ভৰাই পেলায়। ফলত খোৱাৰ হেঁপাহ আৰু নাথাকে। সেইবাবেই ওজন কমিবলৈ আৰম্ভ কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ