--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডায়েবেটিছ ৰোগীয়ে নিজৰ খাদ্যাভ্যাসৰ প্ৰতি বিশেষ যত্ন লোৱা উচিত। ডায়েবেটিছ বা বহুমূত্ৰ ৰোগ শৰীৰত ইনচুলিন নামৰ এবিধ হৰমনৰ সম্পূর্ণ বা আপেক্ষিক অভাৱত বা এই ইনচুলিনে আমাৰ শৰীৰত সঠিকভাবে কাম নকৰাৰ বাবে হয়। এই ইনচুলিন আমাৰ শৰীৰৰ অগ্নাশয় (Pancreas) নামৰ গ্ৰন্থিৰ পৰা নিঃসৰণ হয়। 

ইনচুলিনে শৰীৰৰ ছুগাৰ, মাংসসাৰ আৰু চৰ্বীজাতীয় খাদ্য হজম প্রক্রিয়াত অংশ লয়। ইনচুলিনৰ অভাৱত ঘাইকৈ তেজত ছুগাৰ বা গ্লুকজৰ পৰিমাণ বাঢ়ে। ডায়েবেটিছ ৰোগত শৰীৰত ইনচুলিন কমি অহাৰ বাবে বিভিন্ন বিপাকীয় পৰিবর্তন হয়, ফলত শৰীৰৰ বিভিন্ন অংগ, যেনে—চকু, হৃদপিণ্ড, স্নায়ু, বিভিন্ন ধমনী অসুস্থ হৈ পৰিব পাৰে।  

ডায়েবেটিছক ছাইলেণ্ট কিলাৰ বুলি কোৱা হয়। ডায়েবেটিছে লাহে লাহে মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। সেয়েহে মানুহে আৰম্ভণিতে এই ৰোগ নিয়ন্ত্ৰণ কৰা প্ৰয়োজন।

যদি আপুনি ডায়েবেটিছ ৰোগী হয় তেন্তে কিছুমান ড্ৰাই ফ্ৰুটছ খাব পাৰে। সেইবোৰ খালে ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ হয়। আমি ইয়াত ক'ম যে ডায়েবেটিছ ৰোগীয়ে কোনবোৰ ড্ৰাই ফ্ৰুটছ খাব লাগে।

ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী ড্ৰাই ফ্ৰুটছসমূহ


১) আলমণ্ডঃ আলমণ্ড খালে আপুনি বহু উপকাৰ পাব পাৰে। আনহাতে যদি আপুনি ডায়েবেটিছ ৰোগী হয় তেন্তে দৈনিক আলমণ্ড সেৱন কৰিব পাৰে।

২) কাজু বাদামঃ ডায়েবেটিছ ৰোগীৰ বাবে কাজু বাদাম সেৱন কৰাটো অতি উপকাৰী।

৩) পিষ্টাঃ পিষ্টা খালে শৰীৰে যথেষ্ট শক্তি লাভ কৰে। ডায়েবেটিছ ৰোগীৰ বাবে ই উপকাৰী।

৪) বাদামঃ  ডায়েবেটিছ ৰোগীয়ে বাদাম সেৱন কৰি তেজৰ ছুগাৰ নিয়ন্ত্ৰণ কৰিব পাৰে।

৫) আখৰোটঃ ভাল পৰিমাণৰ কেলৰি আখৰোটত পোৱা যায়। ইয়াক সেৱন কৰিলে ডায়েবেটিছ ৰোগীৰ ওজনো নিয়ন্ত্ৰণত থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক