--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি ভুল খাদ্যাভ্যাসৰ বাবে মানুহৰ বহু ৰোগ দেখা যায়। ডায়েবেটিছ এনেকুৱা এটা ৰোগ যিটো বহুতে ভুগিছে। গোটেই জীৱন ঔষধ সেৱন কৰিয়েই টকা খৰচ হয়। বহু লোকৰ তেজত চেনিৰ মাত্ৰা অতি দ্ৰুতগতিত বৃদ্ধি পায়। আপুনি আপোনাৰ খাদ্য তালিকাত কোনবোৰ বস্তু অন্তৰ্ভুক্ত কৰিব নালাগে জানি লওক।

১) ফ্ৰেঞ্চ ফ্ৰাইঃ  ডায়েবেটিছ ৰোগীয়ে কিছুমান বিশেষ বস্তু সেৱন কৰিব নালাগে। এইবোৰ সেৱন কৰিলে আপুনি বহু সমস্যাৰ সন্মুখীন হ'ব লাগিব। ফ্ৰেঞ্চ ফ্ৰাই একেবাৰে খাব নালাগে।

২) কফিঃ কফিৰ পৰাও আঁতৰি থাকিব লাগে। ইয়াৰ ফলত আপোনাৰ তেজৰ ছুগাৰ বৃদ্ধি হ’ব পাৰে। আপুনি ক’লা চাহ বা গ্ৰীণ টি সেৱন কৰিব পাৰে, ই আপোনাৰ কোনো ক্ষতি নকৰে।

৩) বগা ব্ৰেডঃ বগা ব্ৰেডো খাব নালাগে। পাস্তা আৰু নুডলছো খাব নালাগে। এইবোৰে আপোনাৰ শৰীৰটো নষ্ট কৰে।

৪) মছলাৰ সৈতে গাখীৰঃ  মছলাৰ সৈতে গাখীৰ খাব নালাগে, ডায়েবেটিছ ৰোগীৰ বাবে ই একেবাৰেই ভাল নহয়।

৫) জুচঃ অত্যধিক পৰিমাণে জুচ খাব নালাগে। জুচৰ সলনি ফলমূল খাব পাৰে। এনে কৰিলে ই তেজত চেনিৰ মাত্ৰা হ্ৰাস কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক