--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভেলেণ্টাইন ডে’ৰ সমান্তৰালকৈ ২০২৪ চনৰ ১৪ ফেব্ৰুৱাৰীত সমগ্ৰ দেশত বসন্ত পঞ্চমীও উদযাপন কৰা হৈছে। এই দিনটোত জ্ঞানৰ দেৱী সৰস্বতীক পূজা কৰা হয়। সৰস্বতী পূজাত প্ৰসাদ হিচাপে বগৰী আগবঢ়োৱা হয়।

বগৰীক কেলৰি, প্ৰটিন, কাৰ্ব, ফাইবাৰ, ভিটামিন চি, পটাছিয়ামৰ ভাল উৎস বুলি গণ্য কৰা হয়। ইয়াৰ পৰা শৰীৰত ভাল পৰিমাণৰ আঁহ আৰু এন্টিঅক্সিডেন্ট যোগান ধৰে।

বগৰীৰ উপকাৰিতা

১) হাড়ৰ দুৰ্বলতা নাইকিয়া হৈ যায়ঃ শৰীৰত তামৰ অভাৱত হাড়ৰ সমস্যা হয়, ইয়াৰ ভিতৰত বিশেষকৈ হাড় দুৰ্বল হোৱাটোও অন্তৰ্ভুক্ত। এনে পৰিস্থিতিত বগৰী সেৱন কৰাটো অতি উপকাৰী বুলি গণ্য কৰা হয়। চিকিৎসা গৱেষণাৰ মতে বগৰীত ভাল পৰিমাণৰ কপাৰ, কেলচিয়াম আৰু ফছফৰাছ থাকে, যিয়ে হাড়ৰ দুৰ্বলতা দূৰ কৰাত সহায় কৰে।
 

২) মেদবহুলতা হ্ৰাস কৰাত ফলপ্ৰসূঃ এক অধ্যয়ন অনুসৰি মেদবহুলতাৰ সমস্যাত বগৰী অতি ফলপ্ৰসূ। বগৰী খোৱাৰ ফলত শৰীৰৰ ভৰ, চৰ্বি আৰু ওজন হ্ৰাস পায়। যদি আপুনি ওজন কমাব বিচাৰে তেন্তে বগৰী আপোনাৰ বাবে অতি সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে।
 
৩) কৰ্কট ৰোগ প্ৰতিৰোধঃ বগৰী খাই কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰি। আচলতে ইয়াত এমিনো এচিড, বায়’ এক্টিভ এলিমেণ্ট, এন্টিঅক্সিডেন্ট ইফেক্ট থাকে, যিয়ে শৰীৰত কেন্সাৰ কোষৰ বৃদ্ধি ৰোধ কৰে।

৪) হৃদৰোগ প্ৰতিৰোধ কৰাঃ এক অধ্যয়ন অনুসৰি বগৰী সেৱন হৃদযন্ত্ৰৰ বাবে অতি স্বাস্থ্যকৰ। ইয়াত বহুতো ফাইটোকনষ্টিটিউয়েণ্ট পোৱা যায়, যিয়ে হৃদৰোগ নিয়ন্ত্ৰণৰ কাম কৰে।

  

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ