--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী: দৈনিক মূল্যবৃদ্ধিয়ে কোঙা কৰিছে দেশবাসীক৷ অত্যাৱশ্যকীয় সামগ্ৰী তেল, পাচলিৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছলৈকে এতিয়া যেন মূল্যবৃদ্ধিৰ প্ৰতিযোগিতাত নামি পৰিছে সকলো৷ দীপাৱলীৰ সময়তে এলপিজিৰ মূল্যবৃদ্ধিয়ে এতিয়া সংকটত পেলাইছে সাধাৰণ জনতাক৷

এইবাৰ কমাৰ্চিয়েল এলপিজি চিলিণ্ডাৰৰ মূল্য একেবাৰতে ২৬৫টকা বৃদ্ধি পাইছে। এই মূল্যবৃদ্ধিয়ে বম ফুটা দিছে। অৱশ্যে ঘৰুৱা ৰন্ধন গেছৰ মূল্য পূৰ্বৰ দৰেই আছে। যাৰ ফলত এতিয়াৰেপৰা দেশৰ বিভিন্ন ঠাইত কমাৰ্চিয়েল ৰন্ধন গেছৰ মূল্য প্ৰায় ২০০০ৰ ওচৰা-ওচৰি হৈছে। ৰাজধানী দিল্লীত একোটা ১৯ কেজি ওজনৰ কমাৰ্চিয়েন গেছৰ মূল্য ২০০০ টকা।

ইয়াৰ পূৰ্বে এই কমাৰ্চিয়েল একোটা ৰন্ধন গেছৰ মূল্য ১৭৩৩ টকা আছিল। ইয়াৰ সমান্তৰালকৈ এই ১৯ কেজি ওজনৰ একোটা কমাৰ্চিয়েল গেছৰ মূল্য মুম্বাইত ১৯৪০টকা, কলিকতাত ২০৭০.৫০ টকা আৰু চেন্নাইত ২১৩৩ টকা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক