--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ শৰীৰত আইৰণ থকাটো অতি প্ৰয়োজন।  শৰীৰৰ সামগ্ৰিক বিকাশ আৰু সুস্বাস্থ্যৰ বাবে আমাক বহুত খনিজ পদাৰ্থৰ প্ৰয়োজন, ইয়াৰে এটা হ’ল আইৰণ। আইৰণৰ উপস্থিতিৰ বাবে আমাৰ শৰীৰে সঠিকভাৱে কাম কৰে। ইয়াৰ জৰিয়তে শৰীৰত ৰক্তকণিকা উৎপন্ন হয়। আইৰণৰ অভাৱ হ’লে ৰক্তহীনতাৰ বলি হ’ব পাৰে। বহু সময়ত জীৱনশৈলীৰ অৱনতি আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবে মানুহৰ দেহত আইৰণৰ অভাৱ হয়।

আইৰণৰ অভাৱত এনে লক্ষণ দেখা যায়

-সকলো সময়তে ভাগৰুৱা অনুভৱ।
-সঘনাই জিভা শুকান হোৱা
-বহুত পিয়াহ লগা।
-সকলো সময়তে দুৰ্বল অনুভৱ কৰা।
-অত্যধিক চুলি সৰি পৰা
-ডিঙিৰ বিষ বৃদ্ধি
-শ্বাস-প্ৰশ্বাসত অসুবিধা হোৱা।



দেহত আইৰণ থাকিবলৈ হলে কি কি খাব লাগিব?


-আলমণ্ড
-কাজু
-আখৰোট
-তুলসী
-গুড়
-বাদাম
-তিল
-বীটৰুট
-আমলখি
-জামু
-পিস্তা
-নেমু
-ডালিম
-আপেল
-পালেংশাক
-কিচমিচ
-অঞ্জীৰ
-মধুৰী
-কল
-গজালি ওলোৱা মগু





FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ