--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বিশ্বজুৰি মৃত্যুৰ অন্যতম বৃহৎ কাৰণ হৃদৰোগ। বেছিভাগ মানুহেই হাৰ্ট এটেকক হঠাৎ ঘটা ঘটনা বুলি ভাবে যদিও বাস্তৱত এই সমগ্ৰ প্ৰক্ৰিয়াটোত কেইবামাহো সময় লাগে। এই সময়ছোৱাত শৰীৰতো বহুত লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে,  সেইবোৰ চিনাক্ত কৰি হাৰ্ট এটেকৰ দৰে মাৰাত্মক ৰোগৰ পৰা হাত সাৰিব পাৰি ।

হাৰ্ট এটেকৰ পূৰ্বে শৰীৰৰ  ৫টা অংশত বিষ হয়। জানি লওক ক’ত ক’ত বিষ হয়..


১) কাণৰ তলৰ অংশৰ মুখমণ্ডলত বিষঃ  এন এইচ এছৰ তথ্য অনুসৰি কেইবাদিনো ধৰি কাণৰ তলৰ অংশৰ মুখমণ্ডলত বিষ হয়। হাৰ্ট এটেকৰ সময়ত এই অংশত অসহ্যকৰ বিষ অনুভৱ হ’ব পাৰে।


২) ডিঙিৰ পিছ অংশত বিষঃ  হাৰ্ট এটেকৰ প্ৰাৰম্ভিক লক্ষণ হ’ল ডিঙিৰ পিছ অংশত বিষ। গতিকে, যদি আপুনি দীৰ্ঘদিন ধৰি ডিঙিৰ বিষ অনুভৱ কৰি আছে তেন্তে ইয়াক সহজভাৱে নল’ব আৰু চিকিৎসকৰ ওচৰত পৰীক্ষা কৰাওক।


৩) কান্ধৰ বিষঃ  হাৰ্ট এটেকৰ আগতে কান্ধত বিষ অনুভৱ  হয়। এনে ক্ষেত্ৰত কান্ধৰ অস্পষ্ট বিষ চিনাক্ত কৰি চিকিৎসকৰ লগত পৰীক্ষা কৰাটো অতি জৰুৰী।


৪) কঁকালৰ বিষঃ  হাৰ্ট এটেকৰ এটা লক্ষণ হ’ল স্থায়ী কঁকালৰ বিষ। যদিও বহুতে ভুল ধৰণে বহি বা শুই থকাৰ ফল বুলি ভাবে কিন্তু বহু ক্ষেত্ৰত হাৰ্ট এটেকৰ লগতো ইয়াৰ সম্পৰ্ক আছে।

৫) বুকুৰ বিষঃ  বুকুৰ বিষ হৃদৰোগৰ অন্যতম লক্ষণ। ই কেৱল হাৰ্ট এটেকৰ পিছতেই নহয় বহুবাৰ হোৱাৰ আগতেও লক্ষণ হিচাপে দেখা দিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ