--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশজুৰি অব্যাহত আছে কৰ’নাৰ কালৰূপ৷ একেৰাহে দুদিন ধৰি ৩ লাখৰো অধিক লোক আক্ৰান্ত হয় মহামাৰীত৷ কালিৰ দিনটোত কৰ'নাত আক্ৰান্ত হয় ৩ লাখ ৩০ হাজাৰ লোক৷ ইপিনে দিনটোত পুনৰ ২ সহস্ৰাধিক লোকৰ মৃত্যু ঘটে মহামাৰীত৷ বৃহস্পতিবাৰে ২,৫৫৬ জন লোকৰ মৃত্যু হয়।

আৰু পঢ়িব পাৰিব: দিল্লীৰ ‘দুই গুণ্ডা’ৰ বিৰুদ্ধে মমতাৰ ৰণহুংকাৰ

ব্ৰাজিলৰ পাছত ভাৰত হৈছে বিশ্বৰ একমাত্ৰ দেশ য'ত এদিনতে সৰ্বাধিক কৰ'না আক্ৰান্তৰ মৃত্যু ঘটিছে। ইপিনে দেশখনৰ ভিতৰতে মহাৰাষ্ট্রত এদিনতে আক্ৰান্ত হয় ৬৭,০১৩ জন লোকৰ৷ আৰু মৃত্যু হয় ৫৬৮ জন লোকৰ৷

আৰু পঢ়িব পাৰিব: কালান্তক কৰ’না : ৰাজ্যত আক্ৰান্ত হৈছে ১,৯৩১ জনকৈ লোক

ইয়াৰ পাছত দিল্লীত ৩০৬ জন, ছত্তিশগড়ত ২০৭ জন, উত্তৰ প্ৰদেশত ১৯৫ জন, গুজৰাটত ১৩৭ জন, কৰ্ণাটকত ১২৩ জন, পঞ্জাবত ৭৫ জন আৰু মধ্য প্ৰদেশত ৭৫ জন লোকৰ মৃত্যু হয়। এই ৮ ৰাজ্যত মুঠ ১৬৮৬ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে, যি হৈছে মুঠ মৃত্যুৰ ৭৪.৭৬ শতাংশ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ