--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • AS- 02 C-9827 নম্বৰৰ সাৰ ভৰ্তি তীব্ৰবেগী মালবাহী ট্ৰাকে পিছফালৰ পৰা মহতিয়াই নিলে AS 02 AV 2536 নম্বৰৰ স্কুটিসহ দুই ভাই-ভনীক।

ডিজিটেল ডেস্কঃ ধিঙত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ধিং - মৈৰাবাৰী গড়কাপ্তানী পথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। তীব্ৰবেগী মালবাহী ট্ৰাক আৰু স্কুটিৰ মাজত সংঘটিত এই দুৰ্ঘটনাত তেজেৰে লুতৰি-পুতৰি হ'ল দুই ভাই-ভনী ।


 AS- 02 C-9827 নম্বৰৰ সাৰ ভৰ্তি তীব্ৰবেগী মালবাহী ট্ৰাকে পিছফালৰ পৰা মহতিয়াই নিলে AS 02 AV 2536 নম্বৰৰ স্কুটিসহ দুই ভাই-ভনীক।


নাবালক ভাতৃক লগত লৈ এগৰাকী যুৱতীয়ে আলিটাঙনীৰ পৰা মৈৰাবাৰী অভিমুখে গৈ থকাৰ সময়তেই সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো।


সংকটজনক অৱস্থাত ভাতৃ-ভগ্নী দুয়োকে উদ্ধাৰ কৰি ১০৮ ৰ সহায়ত ইতিমধ্যে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে।


ইফালে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে ট্ৰাকৰ চালকজনে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ