--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • উৎকোচ দিয়া আব্দুল গফুৰকো গ্ৰেপ্তাৰ কৰিছে গৰৈমাৰী আৰক্ষীয়ে।

ডিজিটেল ডেস্কঃ  দক্ষিণ কামৰূপৰ গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ঘোচ লোৱাৰ অভিযোগত লাট মণ্ডলক গ্ৰেপ্তাৰ ।


তিনি লাখ টকা ঘোচ লোৱাৰ অপৰাধত লাট মণ্ডল পদৰ দৈমাৰীক গ্ৰেপ্তাৰ।


উৎকোচ দিয়া আব্দুল গফুৰকো গ্ৰেপ্তাৰ কৰিছে গৰৈমাৰী আৰক্ষীয়ে।


গ্ৰেপ্তাৰ হোৱা লাট মণ্ডল পদৰ দৈমাৰী আৰু আব্দুল গফুৰ সম্প্ৰতি গৰৈমাৰী আৰক্ষীৰ জিম্মাত।.


CM ভিজিলেন্সৰ দলে দুৰ্নীতিগ্ৰস্ত চক্ৰ বিষয়া নূপুৰ বৰাক লগত লৈ গৰৈমাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলাইছে অভিযান ।


CM ভিজিলেন্সে জেৰা চলাব গ্ৰেপ্তাৰ হোৱা লাট মণ্ডলক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ