--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ব ধঁপাত নিষিদ্ধ দিৱসত তেওঁৰ এটা পোষ্ট। সেইটোৱে ছ’চিয়েল মিডিয়াত বিতৰ্কৰ সৃষ্টি কৰিছিল। শচীন তেণ্ডুলকাৰৰ এটা পোষ্ট দেখাৰ পিছত বহুতে ভাবে যে তেওঁ এককভাৱে প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাওস্কাৰ, কপিল দেৱ, বীৰেন্দ্ৰ ছেহৱাগক খোঁচা মাৰিছে৷

ছচিয়েল মিডিয়াত শচীনে লিখিছে, ‘আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰাৰ সময়ত দেউতাই মোক এটা সৰু, কিন্তু অতি গুৰুত্বপূৰ্ণ পৰামৰ্শ দিছিল। ধঁপাতজাতীয় সামগ্ৰীৰ প্ৰচাৰ কেতিয়াও নকৰিবা। আজিলৈকে অনুসৰণ কৰি আহিছো। আপুনিও তেনেকুৱা কৰিব পাৰে। উজ্জ্বল ভৱিষ্যতৰ বাবে ধঁপাততকৈ ভাল স্বাস্থ্য বাছি লওক।”

শচীনে কাৰো নাম লিখা নাই৷ কিন্তু বিশ্বকাপ আৰু আই পি এলৰ সময়ত গাওস্কাৰ, কপিল, ছেহৱাগ আৰু ক্ৰীছ গেইলে এটা কোম্পানীৰ ধঁপাতজাতীয় সামগ্ৰীৰ প্ৰচাৰ কৰিছিল। বাৰে বাৰে টিভিত প্ৰদৰ্শিত হৈছে। গাওস্কাৰ, কপিলৰ দৰে ক্ৰিকেটাৰে এই কাম কেনেকৈ কৰিব পাৰে বুলি ভাবি বহুতে আচৰিত হৈছিল। বুজা গৈছে যে শচীনও ইয়াক লৈ সুখী নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ