--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এম এছ ধোনীক কোনো পৰিচয়ৰ প্ৰয়োজন নাই। তৰ্কহীনভাৱে তেওঁ অন্যতম ডাঙৰ ছুপাৰষ্টাৰ। এম এছ ধোনীয়ে যি মৰম পায় সেয়া কল্পনাতীত। সেইবাবেই তেওঁ য’তেই যায় তাতেই তেওঁক চাবলৈ অনুৰাগীয়ে বৃহৎ সংখ্যক গোট খায়।

শেহতীয়াকৈ বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এটা ভিডিঅ’ প্ৰচাৰিত হৈছে য’ত এগৰাকী মহিলা অনুৰাগীয়ে ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীক দেখি আৱেগিক হৈ পৰা দেখা গৈছে। অনুৰাগীগৰাকী আৱেগিক হৈ  ধোনিৰ ভৰি দুখন চুই দিলে, তাৰ পৰিৱৰ্তে তেওঁ তাইক হাত মিলাবলৈ ক’লে।

ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীয়ে ২০২০ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল।কিন্তু তেতিয়াৰ পৰাই তেওঁ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত খেলি আহিছে আৰু প্ৰতিটো ছিজন যোৱাৰ লগে লগে তেওঁক ভাল দেখা গৈছে। শেহতীয়াকৈ তেওঁ চি এছ কেক ২০২৩ চনত গুজৰাট টাইটানছক ফাইনেলত পৰাস্ত কৰি অভিলেখ সৃষ্টিকাৰী পঞ্চমটো খিতাপ দখল কৰিবলৈ নেতৃত্ব দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ