--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আত্মহননৰ চেষ্টা বিফল শ্বাহ উপাধিৰ এগৰাকী মহিলাৰ৷

ডিজিটেল ডেস্ক : তিনিচুকীয়াৰ ডুমডুমাৰ দলঙৰ পৰা ডিব্ৰু নদীত জাঁপ দি আত্মহননৰ চেষ্টা এগৰাকী মহিলাৰ।


আত্মহননৰ চেষ্টা বিফল শ্বাহ উপাধিৰ এগৰাকী মহিলাৰ৷


দৈব্যক্ৰমে প্ৰাণ ৰক্ষা পৰিল ডুমডুমা নগৰৰ শংকৰদেৱ কলনিৰ শ্বাহ উপাধিৰ মহিলাগৰাকীৰ৷


প্ৰত্যক্ষদৰ্শীয়ে নদীৰ পৰা উদ্ধাৰ কৰে মহিলাগৰাকীক৷


মহিলাগৰাকীয়ে দিনৰভাগত কেইবাবাৰো নদীত জাঁপ দিয়াৰ চেষ্টা বিফল কৰিছিল প্ৰতিৱেশীয়ে ৷


অৱশেষত প্ৰতিৱেশীৰ বাধাকো নেওচি নিশা ৯-৩৬ বজাত ডিব্ৰু নদীত জাঁপ দিছিল মহিলাগৰাকীয়ে ৷


মহিলাগৰাকীয়ে আত্মহননৰ চেষ্টা কৰা ঘটনাটোৰ তদন্তৰ ডুমডুমা আঞ্চলিক বীৰ লাচিত সেনাই ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ