--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জাপানীজ এনকেফেলাইটিছৰ নিৰ্মূলৰ বাবে নলা-নৰ্দমাত এবিধ বিশেষ মাছ এৰিছে স্বাস্থ্য বিভাগে।

ডিজিটেল ডেস্কঃ মঙলদৈত জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস। বহু লোক এই ৰোগত আক্ৰান্ত হৈছে।


জাপানীজ এনকেফেলাইটিছৰ নিৰ্মূলৰ বাবে নলা-নৰ্দমাত এবিধ বিশেষ মাছ এৰিছে স্বাস্থ্য বিভাগে।


দৰং জিলা স্বাস্থ্য বিভাগে মঙলদৈ চহৰৰ নলা নৰ্দমা সমূহত Iarvivorous নামৰ মাছৰ পোনা মেলি দি মহৰ বংশ বৃদ্ধি ৰোধ কৰিবলৈ এক পদক্ষেপ গ্ৰহণ কৰিছে।


এই প্ৰজাতিৰ মাছসমূহে মহৰ কণী ,মহ আদি খাদ্য হিচাপে গ্ৰহণ কৰে,ইয়াৰ ফলত মহৰ বংশ বৃদ্ধি ৰোধ কৰিবলৈ সক্ষম হ'ব বুলি স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলে মন্তব্য আগবঢ়ায়।


এই কাৰ্যসূচীত মঙলদৈ পৌৰসভাইও সহযোগ আগবঢ়ায়। ৰাইজে আশা প্ৰকাশ কৰে জাপানী এনকেফেলাইটিজ নিৰ্মূলৰ বাবে নলা নৰ্দমাত মাছৰ পোনা মেলা কাৰ্য্যত স্বাস্থ্য বিভাগ সফল হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ