--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী সুৰা নীতি কেলেংকাৰী গোচৰত পুনৰ বিজেপিয়ে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। এই বিষয়ত কেজৰিৱালক এতিয়াৰ পৰা আজি অলপ পিছতে জেৰা কৰিবলৈ ওলাইছে চি বি আই।

ইয়াৰ পূৰ্বে বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰই কেজৰিৱালক আক্ৰমণ কৰিছিল। তেওঁ কয় যে কেজৰিৱালে মণীষ ছিচোদিয়াৰ গ্ল’ভছ পিন্ধি দুৰ্নীতি কৰিছে।সম্বিত পাত্ৰই আৰু কয় যে দিল্লীত সংঘটিত হোৱা সুৰা কেলেংকাৰীৰ কিংপিন কোন সেয়া চিবিআইয়ে জানিব বিচাৰে। চিবিআইয়ে তথ্য উলিয়াই আনিবলৈ চেষ্টা কৰিব। কোনোবাই গ্ল’ভছ পিন্ধি দুৰ্নীতি কৰি আছিল। লগতে তেওঁ কয় যে কেজৰিৱালে বিজয় নাইৰকো ব্যৱহাৰ কৰিছিল।

সম্বিতে লগতে কয় যে,অৰবিন্দ কেজৰিৱালে সুৰা কেলেংকাৰী কৰিছে, গতিকে এতিয়া তেওঁ তাৰ বাবে শাস্তি পাব।২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে গঢ় লৈ উঠা বিৰোধী ঐক্যক লৈও সম্বিত পাত্ৰও সোচ্চাৰ হয়। তেওঁ কয় যে কেজৰিৱাল, ছোনিয়া গান্ধী, ৰাহুল গান্ধীৰ দৰে সকলো দুৰ্নীতিগ্ৰস্ত লোক এক হৈ পৰিছে। খৰ্গে কেজৰিৱালকও ফোন কৰে। অৰবিন্দ কেজৰিৱালে কেৱল সুৰা বিক্ৰী কৰি ভাৰতক এক নম্বৰ দেশ হিচাপে গঢ়ি তুলিব। তেওঁ কয় যে দিল্লীৰ সুৰা নীতি কেলেংকাৰী কেৱল কেজৰিৱালৰ ঘৰতহে কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক