--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিবিআইৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰা আপৰ সকলো নেতাক আটক কৰি ৰাখিছে দিল্লী আৰক্ষীয়ে। পঞ্জাৱ আৰু সকলো দিল্লী চৰকাৰৰ সঞ্জয় সিং, আতিশী, সৌৰভ ভৰদ্বাজ, ৰাঘৱ চাদ্ধাকে ধৰি অন্যান্য কেবিনেট মন্ত্ৰীক সাংসদসকলকো আটক কৰি ৰখা হৈছে।

চিবিআইৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত এই প্ৰতিবাদ বৃদ্ধি পাইছে। জানিব পৰা মতে, দিল্লী আৰক্ষীয়ে এতিয়া লোধি পথত প্ৰতিবাদ সাব্যস্ত কৰা আম আদমী পাৰ্টিৰ নেতাসকলক আটক কৰিবলৈ সাজু হৈছে।গোপাল ৰায়ে আৰু কয় যে 'আই এছ বি টিৰ পৰা ১২০ জন, ৰাজঘাটৰ পৰা ১২ জন, মুকাৰবা চ'কৰ পৰা ১২ জন, আনন্দ বিহাৰৰ ১০০ জন, দ্বাৰকা মডৰ পৰা ৫০ জন, আই আই টি গেটৰ পৰা ১৭ জন, আজমেৰী গেটৰ পৰা ২২ জন ওখলাৰ পৰা ২২ জন, ৰাহৰাউলীৰ পৰা ৭০ জন, গাজীপুৰৰ পৰা ৭০ জন দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ১৫০ জন লোকক। ৰাজেশ ঋষি, সোমনাথ ভাৰতী, পৱন শৰ্মা, গিৰীশ ছোনী, অমনাতুল্লাহ খান, কৰতাৰ সিং আদিকে ধৰি ৩২ জন বিধায়কক গ্ৰেপ্তাৰ কৰা হৈছে। মুঠতে ১৫০০ লোকক বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। বহু লোকক বাছত যাবলৈ বাধ্য কৰাইছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক