--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত গ্ৰেপ্তাৰ হ’ল মনীষ ছিচোদিয়া৷ চিবিআই-এ গ্ৰেপ্তাৰ কৰিলে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াক৷ আবকাৰী নীতিৰ অনিয়মৰ অভিযোগত ছিছোদিয়াক গ্ৰেপ্তাৰ কৰা হৈছে৷ ছিছোদিয়াক আজি ৮ ঘণ্টা ধৰি জেৰা কৰিছিল চিবিআই-এ৷ 

জেৰাৰ পাছতে গ্ৰেপ্তাৰ কৰা হৈছে উপ-মুখ্যমন্ত্ৰীগৰাকীক৷ ছিচোদিয়াই পূৰ্বে কৈছিল যে তেওঁ সাতৰ পৰা আঠ মাহ কাৰাগাৰত থকাৰ বাবে মানসিকভাৱে সাজু হৈ আছে৷ আনকি তেওঁৰ দলৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই আশ্বাসো দিছিল যে তেওঁলোকে ছিচোদিয়াৰ পৰিয়ালৰ চোৱাচিতা কৰিব। আৰু অৱধাৰিতভাৱেই কিছুসময় পূৰ্বে গ্ৰেপ্তাৰ হ’ল দিল্লীৰ শিক্ষাক্ষেত্ৰত নৱবিপ্লৱৰ সূচনা কৰা আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতা মনীষ ছিচোদিয়া৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ পথাৰত ছিঁৰাল ফাট
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
আমেৰিকাৰ ঘোষণাৰ পাছত আঞ্চলিক সন্ত্ৰাসবিৰোধী সহযোগিতাৰ আহ্বান চীনৰ
ট্ৰাম্পৰ ভ্ৰমণ খবৰ মিছা ! স্পষ্টীকৰণ হোৱাইট হাউচৰ
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে