--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহৰ সমীপত হিন্দু শৰণাৰ্থীয়ে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে৷ অৰবিন্দ কেজৰিৱালৰ ‘কা’ বিৰোধী এক মন্তব্যক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে শৰণাৰ্থীসকলে৷ কা বলবতৰ পাছতে কেন্দ্ৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল কেজৰিৱালে। পাকিস্তানী, বাংলাদেশীয়ে ভাৰতীয় যুৱক–যুৱতীৰ চাকৰি কাঢ়ি নিব বুলি মন্তব্য কৰিছিল কেজৰিৱালে। ইয়াৰ পাছতে দিল্লীত আজিও অব্যাহত আছে হিন্দু শৰণাৰ্থীৰ প্ৰতিবাদ। কেজৰিৱালৰ মন্তব্যৰ বিৰোধিতাৰে আজি কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে শৰণাৰ্থীয়ে। বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ অন্যতম সদস্য কেজৰিৱালক বিতৰ্কিত মন্তব্য উঠাই ল’বলৈ দাবী জনাইছে প্ৰতিবাদকাৰীয়ে। ইপিনে, প্ৰতিবাদকাৰী হিন্দু শৰণাৰ্থীক পুনৰ লক্ষ্য কৰি ল’লে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। শৰণাৰ্থীসকলক পাকিস্তানী আখ্যাৰে তেওঁলোকৰ স্থান কাৰাগাৰতহে বুলি মন্তব্য কেজৰিৱালৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক