--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বাস্তুশাস্ত্ৰত ঘৰৰ প্ৰতিটো দিশ আৰু সামগ্ৰীৰ ৰক্ষণাবেক্ষণ সম্পৰ্কে কিছু নিয়ম দিয়া হৈছে। এই নিয়মবোৰ পালন নকৰিলে বাস্তুদোষৰ সৃষ্টি হয় আৰু জীৱনত বহুতো সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে। বাস্তুশাস্ত্ৰতো এই বাস্তুদোষবোৰ দূৰ কৰাৰ ব্যৱস্থাৰ কথা উল্লেখ আছে। এই ব্যৱস্থাসমূহে পৰিৱেশৰ ঋণাত্মকতা আঁতৰাই ধনাত্মক শক্তি সঞ্চাৰ কৰে। আজি আমি এনে বাস্তুদোষ দূৰ কৰাৰ কিছুমান ফলপ্ৰসূ উপায় জানো আহক। যিটো কৰিলে আৰ্থিক সংকট টনকিয়াল হৈ কেৰিয়াৰত সফলতা আৰম্ভ হয়।

 ঘৰৰ বাস্তুদোষ দূৰ কৰাৰ ফলপ্ৰসূ উপায়-

* যদি আপুনি ঘৰৰ কোনো অংশৰ বাস্তুদোষ আঁতৰাব নোৱাৰে তেন্তে তাত ২টা কৰ্পূৰৰ টুকুৰা ৰাখক। গলিলে আকৌ তাত নতুন কৰ্পূৰৰ টুকুৰা ৰাখিব। বাস্তুদোষ দূৰ কৰাৰ বাবে কৰ্পূৰ বৃহৎ শক্তিশালী। ই ঘৰৰ ঋণাত্মক শক্তিক ধনাত্মকতালৈ ৰূপান্তৰিত কৰে।

* যদি সঘনাই ধনৰ ক্ষতি হয়, আৰ্থিক সংকট ভুগি আছে, তেতিয়া পুৱা বা গধূলি পাকঘৰত বাটি এটাত কিছু লং আৰু কৰ্পূৰ জ্বলাই দিব। সম্ভৱ হ’লে এই প্ৰতিকাৰ দৈনিক কৰক আৰু ইয়াৰ বাবে ৰূপৰ বাটি ব্যৱহাৰ কৰক। এনে কৰিলে ধনৰ লোকচান ৰোধ হ’ব আৰু মালক্ষ্মী সন্তুষ্ট হৈ আশীৰ্বাদ প্ৰদান কৰিব।

* কামত যদি বাৰে বাৰে বাধা আহি পৰে, তেন্তে শনিবাৰে গা ধোৱা পানীত কৰ্পূৰ তেল কেইটোপালমান দিব। লগতে বৃহস্পতিবাৰে এচিকুট হালধি মিহলোৱা পানীৰে গা ধুব লাগে। ইয়াৰ দ্বাৰা বাধা আঁতৰি যাব আৰু ভাগ্যই আপোনাক সমৰ্থন কৰিবলৈ আৰম্ভ কৰিব।

* ঘৰত যদি বাৰে বাৰে কাজিয়া আৰু গৃহকন্দল হয়, তেন্তে ঘিউত ডুবাই থোৱা কৰ্পূৰ দৈনিক কিছুদিন জ্বলাই দিব। ইয়াৰ ফলত ঘৰখনত ইতিবাচকতা বৃদ্ধি পাব আৰু সুখ-সমৃদ্ধি আৰু শান্তি বিৰাজ কৰিব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক