--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু মানুহে দিনত শুই ভালপায়। দিনত অলপ সময়ৰ কাৰণে জিৰণি লোৱাটো বেয়া কথা নহয়। এক নতুন গৱেষণাৰ মতে দিনৰ ভাগত টোপনি যোৱাটো মগজুৰ স্বাস্থ্যৰ বাবে উপকাৰী হ’ব পাৰে।

ইউচিএল আৰু উৰুগুৱেৰ ইউনিভাৰ্চিটি অৱ দ্য ৰিপাব্লিকৰ বিজ্ঞানীসকলে কৰা এক অধ্যয়ন অনুসৰি দিনত অলপ সময় শুলে বয়স বৃদ্ধিৰ লগে লগে আমাৰ মগজুৰ সংকুচিত হোৱাৰ হাৰত বিলম্ব ঘটিব পাৰে। দিনত শুলে আমাৰ মগজুৰ স্বাস্থ্য উন্নত হয়।

গৱেষকসকলে আশা কৰিছে যে দিনৰ ভাগত শোৱাৰ স্বাস্থ্যৰ সুবিধাসমূহ উন্মোচন কৰিলে ইয়াক কেন্দ্ৰ কৰি থকা ভুল ধাৰণাবোৰ কম হ’ব।

অধ্যয়নটোৰ মতে, দিনত সঘনাই শুৱা ব্যক্তি আৰু টোপনি নোযোৱা ব্যক্তিৰ মাজত মগজুৰ আয়তনৰ গড় পৰিমাণ ২.৬ৰ পৰা ৬.৫ বছৰ বয়সৰ সমান আছিল। সেয়েহে বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে যে প্ৰতিদিনে ৩০ মিনিট সময় টোপনি গ’লে মগজুৰ সংকোচন হ্ৰাস কৰাত সহায় হ’ব পাৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ