--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিনত অলপ সময় শোৱাটো জৰুৰী। এন চি বি আইত প্ৰকাশিত এক গৱেষণা পত্ৰৰ মতে দিনৰ ভাগত শুলে মানসিক চাপৰ সৃষ্টি নহয়। ইয়ে আপোনাক গোটেই দিনটো সতেজ হৈ থকা আৰু আপোনাৰ কামবোৰ ভালদৰে কৰাত সহায় কৰে। লগতে আপোনাৰ মানসিক স্বাস্থ্যৰো উপকাৰ সাধন কৰে সহায় কৰে। এনে পৰিস্থিতিত দিনত শোৱাটো উপকাৰী বুলি ধৰিব পাৰি।

দিনত ৩০-৯০ মিনিট টোপনি যোৱা লোকৰ স্মৃতিশক্তি কম বা বেছি টোপনি যোৱা লোকতকৈ চোকা হয়। তেওঁলোকৰ শব্দ মনত ৰখাৰ ক্ষমতা বেছি। লগতে তেওঁলোকে কথাবোৰ ভালদৰে বুজিবলৈ সক্ষম হয়।

দিনৰ টোপনিৰ উপকাৰিতা
হৃদৰোগৰ সম্ভাৱনা কমি যায়
কোনো ক্লান্তি নাথাকে
মনটো সজাগ হৈ থাকে
মেজাজ সতেজ হৈ পৰে

এইটোও জানি লওক
মনত ৰাখিব যে দিনটোত বেছি সময় শুলেও সমস্যাৰ সৃষ্টি হয়। আধা ঘণ্টাৰ পৰা ডেৰ ঘণ্টাৰ ভিতৰত শুব লাগে। তাতকে বেছি হ’ব নালাগে। দিনটোত বেছি সময় শুলে উচ্চ ৰক্তচাপ, হতাশা, অষ্টিঅ’পৰ’ছিছ, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, মেদবহুলতা, কোষ্ঠকাঠিন্য আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ