--°C
Loading...
Listen to Article
2 min read
80%
২৯ ডিচেম্বৰ, বৃহস্পতিবাৰ, ২০২২

মেষ ৰাশি: আজিৰ দিনটো মধ্যমীয়া । স্বাস্থ্যও ভালে থাকিব ৷ ব্যয় বৃদ্ধি ৷ ধন সঞ্চয় কৰক অন্যথা ভৱিষ্যতে বিপদত পৰিব পাৰে ৷ দম্পত্তিয়ে বিবাদ এৰাই চলক ৷

বৃষ ৰাশি: দিনটো শুভ ৷ স্বাস্থ্যও ভালে থাকিব ৷ আৰ্থিক ক্ষেত্ৰত ভাবি চিন্তি সিদ্ধান্ত ল’ব ৷ যি আপোনাৰ বাবে অত্যন্ত ফলদায়ক হ’ব । ঘৰত আৰু কৰ্মক্ষেত্ৰত আলোচনা সন্তোষজনক হ’ব ।

মিথুন ৰাশি: আজি শাৰীৰিক আৰু মানসিকভাৱে আপোনাৰ অৱস্থা বৰ ভাল নহয় । চকুৰ সমস্যাই কষ্ট দিব পাৰে ৷ ভুল বুজাবুজিৰ সম্ভাৱনা । অপ্ৰত্যাশিত ঘটনাৰ বাবে সাজু থাকক ।

কৰ্কট ৰাশি: দিনটো মধ্যমীয়া ৷ ব্যৱসায়-বাণিজ্যত আপুনি সফলতা লাভ কৰিব ৷ পৰিয়ালৰ লোক বা বন্ধুৰ সৈতে আনন্দদায়ক ভ্ৰমণত যাব পাৰে । ধন লেন-দেনৰ বাবে আজিৰ দিনটো শুভ ৷

সিংহ ৰাশি: দিনটো শুভ ৷ আজি আপুনি আত্মবিশ্বাসেৰে পৰিপূৰ্ণ থাকিব ৷ সকলো ক্ষেত্ৰতে সফলতা অৰ্জন ৷ আইনী কাৰ্যৰ বাবে দিনটো শুভ ৷ সন্মান বৃদ্ধি যোগ দেখা যায় আজিৰ দিনটোত।

কন্যা ৰাশি: দিনটো শুভ ৷ সৌভাগ্যৰ আগমন ৷ ধৰ্মীয় স্থান ভ্ৰমণৰ বাবে উত্তম দিন ৷ বন্ধুৰ পৰা উপকৃত হ’ব ৷ সু-সংবাদ পাব পাৰে ৷ আৰ্থিক দিশত শুভ ৷ স্বাস্থ্যৰ প্ৰতি সামান্য নজৰ দিব, যি কোনো খাদ্য নাখাব।

তুলা ৰাশি: কৰ্মক্ষেত্ৰ আৰু আন বিভিন্ন ক্ষেত্ৰৰপৰা প্ৰশংসা লাভ কৰিব ৷ প্ৰিয়জনৰ সৈতে সাক্ষাতৰ ফলত আনন্দ লাভ কৰিব ৷ কথাবতৰা আৰু আচৰণক নিয়ন্ত্ৰণত ৰাখিবলৈ যত্ন কৰক৷

বৃশ্চিক ৰাশি: ব্যস্ততা বৃদ্ধি ৷ কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা আছে ৷ জ্ঞানলাভ হ’ব আৰু ভাৱধাৰাৰ আদান প্ৰদানো হ’ব পাৰে ৷ দাম্পত্য জীৱনত সুখ লাভ কৰিব ৷

ধনু ৰাশি: দিনটো মধ্যমীয়া। কঠোৰ পৰিশ্ৰম কৰিলে সফল হ’ব ৷ মধ্যাহ্নভোজনৰ পিছত মানসিক আৰু শাৰীৰিকভাৱে কিছু সকাহ পাব পাৰে ৷ আৰ্থিক লাভৰ যোগ আছে ৷

মকৰ ৰাশি: অত্যধিক অনুভূতিশীল আৰু আৱেগিক হৈ নপৰিব ৷ সম্পত্তি আৰু মাটিবাৰী সম্বন্ধীয় বিষয় এৰাই চলক ৷ সন্তানক লৈ দুশ্চিন্তাত ভুগিব ৷ সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক ৷

কুম্ভ ৰাশি: নতুন কাম হাতত ল’ব পাৰে ৷ গুৰুত্বপূৰ্ণ বিষয়ৰ ক্ষেত্ৰত খৰধৰকৈ কোনো সিদ্ধান্ত নল’ব ৷ সম্পত্তি সম্বন্ধীয় বিষয় এৰাই চলক ৷ আধ্যাত্মিকতাই উদ্বেগ হ্ৰাস কৰিব ৷

মীন ৰাশি: অত্যাধিক আৰ্থিক ব্যয়ে বিৰক্ত কৰিব পাৰে ৷ কথা কওঁতে সচেতন হওক ৷ অপ্ৰত্যাশিত পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে ৷ কৰ্মস্থলীত সহকৰ্মীৰ পৰা কঠোৰ প্ৰতিদ্বন্দীতাৰ সন্মুখীন হ’ব ৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ