--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বুধবাৰে নিশা ১১ বজাত জে'লৰ ভিতৰতে মূৰ ঘূৰাই পৰি গৈছিল অজয়। জে'ল কৰ্তৃপক্ষই নিশাই DMCH লৈ আনে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

ডিজিটেল ডেস্কঃ ডিফু জিলা কাৰাগাৰত অজয় নায়াৰ(৩০) নামৰ এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য। ডিফু হৰিলাল বস্তিৰ অজয় নায়াৰ NDPS গোচৰত কাৰাগাৰত আছিল।


বুধবাৰে নিশা ১১ বজাত জে'লৰ ভিতৰতে মূৰ ঘূৰাই পৰি গৈছিল অজয়। জে'ল কৰ্তৃপক্ষই নিশাই DMCH লৈ আনে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।


কিন্তু এই মৃত্যুৰ খবৰ আজি পুৱা ৯ বজাতহে অৱগত কৰা হয় পৰিয়ালক। DMCHলৈ অনাৰ লগে লগেই খবৰ দিয়াক লৈ আৰক্ষী বিৰুদ্ধে ক্ষুব্ধ পৰিয়ালৰ বৰ্গ।


ইফালে আৰক্ষীয়ে খবৰ দিয়াৰ সন্দৰ্ভত মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰো অভিযোগ। জে'ল কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই যুৱকজনৰ মৃত্যু হোৱা বুলিও অভিযোগ পৰিয়ালৰ।


অট' চলাই পৰিয়াল পোহ দিয়া যুৱকজন ২ আগষ্টত ড্ৰাগছসহ আটক কৰিছিল আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ