--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নতুন মন্ত্রীসভাত ৪গৰাকী উপ-মুখ্যমন্ত্ৰীৰ প্রস্তাৱ দিয়া হৈছে। বিদায়ী মুখ্যমন্ত্ৰীৰ পুত্ৰ য়থিন্দ্ৰক উপ-মুখ্যমন্ত্রী পাতিবলৈ যো-জা চলোৱা হৈছে।

ডিজিটেল ডেস্ক: মুখ্যমন্ত্রী সিদ্ধাৰামায়াৰ পদত্যাগৰ পাছত শনিবাৰে কৰ্ণাটকত কংগ্ৰেছৰ বিধায়িনী দল বৈঠকত মিলিত হ'ব আৰু নতুন নেতা নিৰ্বাচন কৰিব। উপ-মুখ্যমন্ত্রী ডি কে শিৱকুমাৰ কংগ্ৰেছৰ বিধায়িনী দলৰ নতুন নেতা হিচাপে নির্বাচিত হোৱাৰ প্ৰবল সম্ভাৱনা আছে। আনহাতে, হাইকমাণ্ডাৰ নিৰ্দেশনাৰ পাছত সদ্য পদত্যাগী মুখ্যমন্ত্রী সিদ্ধাৰামায়াই ইতিমধ্যে ঘোষণা কৰিছে যে শিৱকুমাৰ তেওঁৰ উত্তৰসূৰী হ'ব। 


উল্লেখযোগ্য যে বিদায়ী মুখ্যমন্ত্রী সিদ্ধাৰামায়াই শনিবাৰে বিয়লি ৪ বজাত বিধায়িনী দলৰ বৈঠকত অধ্যক্ষতা কৰে। শুকুৰবাৰে এই বিষয়ত এখন অধিসূচনা জাৰি কৰে। ইফালে, কর্ণাটকত নতুন মন্ত্রীসভাক লৈ চিন্তা-চৰ্চা আৰম্ভ হৈছে। নতুন মন্ত্রীসভাত ৪গৰাকী উপ-মুখ্যমন্ত্ৰীৰ প্রস্তাৱ দিয়া হৈছে। বিদায়ী মুখ্যমন্ত্ৰীৰ পুত্ৰ য়থিন্দ্ৰক উপ-মুখ্যমন্ত্রী পাতিবলৈ যো-জা চলোৱা হৈছে। 


আনহাতে, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুৰব্বী মল্লিকার্জুন খৰ্গেৰ পুত্ৰকো উপ-মুখ্যমন্ত্ৰীৰ পদ দিয়াৰ সম্ভাৱনা আছে। ইফালে, দিল্লীত সিদ্ধাৰামায়া, তেওঁৰ পুত্ৰ য়থিন্দ্ৰ আৰু উপ-মুখ্যমন্ত্রী শিৱকুমাৰে আজি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে নতুন মন্ত্রীসভাৰ বিষয়ত বিস্তৃতভাবে আলোচনা কৰে। এই সভাতেই সিদ্ধাৰামায়াই তেওঁৰ পুত্ৰক উপ-মুখ্যমন্ত্রী পতাৰ দাবী উত্থাপন কৰে।

উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক