--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডকাইতি কৰি প্ৰেয়সীক ৬০ লাখ টকা দিলে এজন যুৱকে। শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ ইটাৱাত আৰক্ষীয়ে এটা ডকাইতৰ দল ধৰা পেলায়। এই ঘটনাত দম্পতীকে ধৰি ৬ জন লোকক আটক কৰিছে আৰক্ষীয়ে।

শেহতীয়াকৈ চহৰখনত ধাৰাবাহিকভাৱে ডকাইতি সংঘটিত হৈছে। দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৬ জন লোকক। আৰক্ষীয়ে তেওঁলোকক জেৰা কৰি আচৰিত হ’ল।

তদন্তকাৰীয়ে দাবী কৰা মতে, চক্ৰটোৰ মূল পাণ্ডা ২২ বছৰীয়া পৰাস তিৱাৰীয়ে প্ৰেমিক মহিমা সিঙৰ ইচ্ছা পূৰণৰ বাবেই এই ডকাইতি সংঘটিত কৰিছিল।  এটাৰ পিছত এটাকৈ ডকাইতি কৰিছিল। এইদৰে তেওঁ মহিমাক মুঠ ৬০ লাখ টকা দিছিল। 

ডকাইতিৰ সৈতে জড়িত আনকেইজন সহযোগী অমিত ছোনী, ৰাজা, দ্যানেশ্বৰ গুপ্তা আৰু দেৱেন্দ্ৰ বৰ্মা সোণাৰক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ডকাইত চক্ৰটোৰ পৰা ৯ লাখ টকাৰ নগদ ধন আৰু ৮ লাখ টকাৰ গহনা উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে উদ্ধাৰ কৰে দুটা অবৈধ আগ্নেয়াস্ত্ৰ, এটা দা আৰু তিনিটা সজীৱ কাৰ্টিজ। অধিক তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে